• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিয়ন্ত্ৰণ ৰেখা পাৰ কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা : সীমান্তত গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 9:43 pm
749
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ পুঞ্চত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে নিয়ন্ত্ৰণ ৰেখাৰ পাৰ হৈ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই গ্ৰেপ্তাৰ হ’ল এজন পাকিস্তানী নাগৰিক।

মঙলবাৰে বি এছ এফে জম্মু-কাশ্মীৰৰ পুঞ্চ ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ পৰা এজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰে।

তেওঁ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰিছে সীমান্তৰক্ষীয়ে। ধৃত ব্যক্তিজনৰ নাম ৱাকাছ বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰৰ সময়ত অনুপ্ৰৱেশকাৰীগৰাকীৰ পৰা কোনো অপৰাধমূলক সামগ্ৰী উদ্ধাৰ কৰা হোৱা নাই।

উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত পেহেলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত উগ্ৰপন্থী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পাছত সীমান্ত অঞ্চলত বি এছ এফে নিৰাপত্তা আৰু অধিক শক্তিশালী কৰি তুলিছে। ইফালে বিগত তিনিদিনত পাক ৰেঞ্জাৰসহ তিনিজন পাকিস্তানীক গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা ৩ মে’ত বি এছ এফে পঞ্জাৱ সীমান্তৰ পৰা এজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল। জংঘলত আত্মগোপন কৰি ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল পাকিস্তানী নাগৰিকজনে। তেওঁ এতিয়া পঞ্জাৱ আৰক্ষীৰ জিম্মাত। একেদিনাই ৰাজস্থানত এজন পাকিস্তানী ৰেঞ্জাৰক গ্ৰেপ্তাৰ কৰা হয়। খবৰ অনুসৰি তেওঁক বি এছ এফৰ বিষয়াই জেৰা কৰি আছে।

Recent News

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd