• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩০ কিলোগ্ৰাম বৃহৎ পৰিমাণৰ হিৰ’ইনসহ পাকিস্তানী স্মাগলাৰ গ্ৰেপ্তাৰ; ক’ত কোনে কৰিলে গ্ৰেপ্তাৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2021 9:37 am
index.jpg
242
VIEWS
Share on FacebookShare on Twitter

বৃহৎ পৰিমাণৰ নিষিদ্ধ ঘোষিত ড্ৰাগছসহ এগৰাকী পাকিস্তানী স্মাগলাৰক গ্ৰেপ্তাৰ কৰিছে সীমান্ত সুৰক্ষা বাহিনী(BSF)এ।

BSFৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বুধবাৰে বাহিনীটোৰ ১৪ নং বেটেলিয়নে পঞ্জাৱৰ ফীৰোজপুৰ ছেক্টৰৰ এমডব্লিউ সীমান্তৰ খেম কৰণ চকীৰ পৰা ৩০ কিলোগ্ৰামৰ ১৩ টা পাকেট হিৰ’ইনসহ পাকিস্তানী স্মাগলাৰগৰাকীক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছখিনি জব্দ কৰা হৈছে।

সূত্ৰটোৰ মতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সীমান্ত সুৰক্ষাৰ বাহিনীটোৱে পাকিস্তানী স্মাগলাৰজনক এই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে স্মাগলাৰগৰাকী পৰিচয় বাহিনীটোৱে এতিয়াও গোপনে ৰাখিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে সীমান্ত সুৰক্ষা বাহিনীৰ ১৩৬ নং বেটেলিয়নে ১.১৬ কিলোগ্ৰামৰ তিনি পাকেট ড্ৰাগছ উদ্ধাৰ কৰিছিল।

বিএছএফৰ উপ-মহাপৰিদৰ্শক সুৰিন্দৰ মেহতাই সংবাদ মাধ্যমৰ আগত কয়, “কাঁইটীয়া তাঁৰৰ বেৰৰ কাষত চোৰাং ব্যৱসায়ীসকলৰ সন্দেহজনক চলাচল দেখা গৈছিল আৰু ইয়াৰ পিছতে জোৱানসকলে পদক্ষেপ লৈছিল। অৱশ্যে, সেইদিনা চোৰাং ব্যৱসায়ীসকল পলাই যাবলৈ সক্ষম হৈছিল।”

ইফালে অভিযান কালত ১২ ফুটীয়া এডাল প্লাষ্টিকৰ পাইপো উদ্ধাৰ কৰা হৈছিল।

বিষয়াগৰাকীৰ মতে উক্ত পাইপেৰে সম্ভৱতঃ নিষিদ্ধ ঘোষিত ড্ৰাগছৰ পেকেটসমূহ কাঁটা তাঁৰৰ বেৰা ওপৰেৰে সীমান্ত ইপাৰ সিপাৰ কৰা হৈছিল।

Recent News

সূদীৰ্ঘ ৫টা বৰ্ষৰ পিছত চীনৰ পৰ্যটকৰ বাবে পুনৰ ভিছা মুকলি কৰিলে ভাৰতে

সূদীৰ্ঘ ৫টা বৰ্ষৰ পিছত চীনৰ পৰ্যটকৰ বাবে পুনৰ ভিছা মুকলি কৰিলে ভাৰতে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd