• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত ধৰা পৰিল প্ৰথমগৰাকী পাকিস্তানী, কি ব্যৱস্থা লোৱা হ’ব বিবাহসূত্ৰে ডিব্ৰুগড়ত থকা মহিলাগৰাকীৰ বিৰুদ্ধে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2025 1:32 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

অসমত আছে পাকিস্তানৰ নাগৰিক, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে সদৰী কৰিলে এই বৃহৎ তথ্য।

অসমত থকা পাকিস্তানী নাগৰিকগৰাকী এগৰাকী মহিলা। পাকিস্তানী মহিলাগৰাকীয়ে বিবাহসূত্ৰে বাস কৰি আছে তিনিচুকীয়া জিলাত।

শেহতীয়াকৈ পোহৰলৈ আহিছে পাকিস্তানী মহিলাগৰাকীৰ তথ্য। মহিলাগৰাকীৰ নাম ৰাবিয়া আইছ। ২০১৩ চনত অসমৰ যুৱকৰে বিবাহ সম্পন্ন হৈছিল মহিলাগৰাকীৰ। বিবাহৰ পাছৰে পৰা তিনিচুকীয়াৰ ৰঙাগৰাত বাস কৰি আহিছে মহিলাগৰাকীয়ে।

এই সন্দৰ্ভত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুযায়ী মহিলাগৰাকীৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া স্থিৰ কৰা হ’ব।

দেওবাৰে ডিব্ৰুগড়ত এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Recent News

ক’ত গ’ল বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি : সংবাদমেলত জাতীয় যুৱ বাহিনী

ক’ত গ’ল বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি : সংবাদমেলত জাতীয় যুৱ বাহিনী

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

গালি-গালাজ কৰাটো কাৰোবাক নিজৰ জীৱন ল’বলৈ উচটনি দিয়াৰ সমান নহয়! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

গালি-গালাজ কৰাটো কাৰোবাক নিজৰ জীৱন ল’বলৈ উচটনি দিয়াৰ সমান নহয়! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

হত্যাকাৰী চিকিৎসক! কোভিড ৰোগীক হত্যা কৰাৰ নিৰ্দেশ, ভাইৰেল অডিঅ’

হত্যাকাৰী চিকিৎসক! কোভিড ৰোগীক হত্যা কৰাৰ নিৰ্দেশ, ভাইৰেল অডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd