• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ভিড১৯ : ভাৰতক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ পাকিস্তানৰ এটা জনকল্যান সংস্থাৰ, মোদীলৈ পত্ৰপ্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2021 4:52 pm
(ফইজল এধি)

(ফইজল এধি)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ এটা জনকল্যান সংস্থাই ক’ভিড-১৯ পৰিস্থিতিৰ স’তে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতক সহায় প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

‘এধি ফাউণ্ডেছন’ (Edhi Foundation) নামৰ সংস্থাটোৰ মুৰব্বী ফইজল এধিয়ে শুক্ৰবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এই সংক্ৰান্তত  এখনি পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনিত তেওঁ সংস্থাটোক ভাৰতত প্ৰৱেশৰ অনুমতি বিচাৰিছে যাতে সংস্থাটোৱে এটা স্বেচ্ছাসেৱকৰ দলৰ স’তে ৫০খনকৈ এম্বুলেন্স ভাৰতলৈ পঠাব পাৰে।

ইয়াৰ উপৰিও ফইজল এধিয়ে কয় যে স্বেচ্ছাসেৱকৰ দলটোক তেওঁ নিজেই নেতৃত্ব প্ৰদান কৰিব।

পত্ৰখনিত তেওঁ প্ৰধানমন্ত্ৰী মোদীক কয় যে মহামাৰীয়ে ভাৰতক যিদৰে ব্যাপক প্ৰভাৱ পেলাইছে, সেই বিষয় লৈ সংস্থাটো অতি দুঃখিত।

তেওঁ কয় যে ভাৰতৰ লোকসকলক সহায় কৰিবলৈ তেওঁলোকে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ব্যৱস্থা নিজে কৰি ল’ব, এইক্ষেত্ৰত ভাৰত চৰকাৰক কোনোধৰণৰ অনুৰোধ কৰা নাই।

“আমি কেৱল ভাৰতত প্ৰৱেশ কৰিবৰ বাবে অনুমতি প্ৰদানৰ লগতে স্থানীয় প্ৰশাসন আৰু আৰক্ষী বিভাগৰ প্ৰয়োজনীয় নিৰ্দেশাৱলীসমূহৰ অনুৰোধ কৰিছো।”- পত্ৰখনিত কোৱা হৈছে।

উল্লেখযোগ্য যে ফইজল এধিৰ এই সংস্থাটো পাকিস্তানৰ এটা বৃহৎ দাতব্য সংস্থা।

সংস্থাটোৱে জৰুৰীকালিন সময়ত এম্বুলেন্সৰ যোগান ধৰি আহিছে।

ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কৰ ক্ষেত্ৰতো সংস্থাটোৱে যোগাত্মক কাম কৰি আহিছে।

২০১৫ চনত পোন্ধৰ বছৰধৰি পাকিস্তানত বন্দী হৈ থকা গীতা নামৰ বধিৰ কন্যাগৰাকীক ভাৰতলৈ প্ৰত্যাৰ্পন কৰাৰ ক্ষেত্ৰত সংস্থাটোৱে আগভাগ লৈছিল।

উল্লেখযোগ্য যে বৰ্তমান পাকিস্তানত টুইটাৰযোগে ভাৰতৰ অক্সিজেন চিলিণ্ডাৰৰ অভাৱৰ বিষয়ে দেশখনৰ নাগৰিকসকলে উদ্বেগ প্ৰকাশ কৰা থকা গৈছে।

#IndiaNeedsOxygen is trending in Pakistan where many people across the border are asking Pak PM @ImranKhanPTI to help India with oxygen supply.#COVID19 #Coronavirus #CoronavirusPandemic #SecondCOVIDWave pic.twitter.com/eGFvKMejll

— Geeta Mohan گیتا موہن गीता मोहन (@Geeta_Mohan) April 23, 2021

 #IndiaNeedsOxygen নামেৰে টুইটাৰত এটা কেম্পেইনো পাকিস্তানত চলি থকা দেখা পোৱা গৈছে।

দেশখনৰ নাগৰিকসকলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক অনুৰোধ জনাইছে যাতে মহামাৰীৰ যুঁজখনত ভাৰতক পাকিস্তানে সহযোগ আগবঢ়ায়।

Faisal Edhi of Pakistan’s Edhi foundation writes to India offering help regarding the surge of Covid cases in India and the resulting lack of oxygen.
Humanity before rivalry!! #IndiaNeedsOxygen #CovidIndia #WeCantBreathe pic.twitter.com/EWrYRDP7JD

— Laraib Shahid Raja (@laraibsraja) April 23, 2021

এধি ফাউণ্ডেচনৰ এই পত্ৰখনৰ পাছতে সামাজিক মাধ্যমত সংস্থাটোক প্ৰশংসাৰে উপচাই পেলোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd