• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পল্লৱী বুঢ়াগোঁহাই আৰু বীণাপানী ডেকাৰ ‘দুটামান সেউজীয়া সপোন’ কবিতা পুথি উন্মোচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2021 8:34 pm
Pallavi Budhagonhai and Veenapani Dekar's 'Dutaman Heujiya Hopun' poetry book unveiled
393
VIEWS
Share on FacebookShare on Twitter

আজি এক গাম্ভিয্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড়ৰ চাবুৱাত উন্মোচন কৰা হয় এখন কবিতা পুথি। নৱপ্ৰজন্মৰ উদীয়মান লেখিকা, কবি পল্লৱী বুঢ়াগোঁহাই আৰু বিশিষ্ট কবি বীনাপানি ডেকাৰ প্ৰকাশিত কাব্য সংকলন ‘দুটিমান সেউজীয়া সপোন’ আজি উন্মোচন কৰে জিলা প্ৰশিক্ষণ প্ৰতিষ্ঠান চাবুৱা ডিব্ৰুগড়ৰ অধ্যাপক ভূপেন দাসে।

বিশিষ্ট সমাজকৰ্মী বিমল চন্দ্ৰ বৰুৱাই আঁত ধৰা কাব্য পুথি উন্মোচনী সভাত সভাপতিত্ব কৰে শিক্ষক পুষ্প হাজৰিকাই।

ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত জিলা প্ৰশিক্ষণ প্ৰতিষ্ঠানত এক গাম্ভিয্য পূৰ্ণ পৰিৱেশত অনুষ্ঠানত হোৱা কাব্য পুথি উন্মোচনী সভাত উপস্থিত থাকে বৰহাট কলেজৰ অধ্যাপক ড০ বাৰিন্দ্ৰ দাস, সদৌ অসম মট সন্মিলনীৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দেবেন গোঁহাইকে, যোৰহাটৰ পুলিবৰ প্ৰকাশনৰ আশামণি গগৈকে ধৰি বহু গণ্যমান্য ব্যক্তি।

কবিতা পুথি খন উন্মোচন কৰি ভূপেন দাসে দুয়োগৰাকী কবিলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এইদৰে নিৰৱচ্ছিন্নভাৱে আগবাঢ়ি যাবলৈ আহ্বান জনায়। লগতে তেওঁ কয় দুটিমান সেউজীয়া সপোনে পাঠক সমাজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে দুটামান সেউজীয়া সপোন নামৰ এই কবিতা পুথিত প্ৰকাশিত কবিতা সমুহ প্ৰকৃতি প্ৰেম, শিশুসুলভ, মাতৃস্নেহ, নাৰী বিপ্লৱী মনোভাৱলৈ লিখা হৈছে।

উল্লেখ্য যে বিশিষ্ট লেখিকা, কবি পল্লৱী বুঢ়াগোঁহাই যোৰহাটৰ পৰা প্ৰকাশিত কিশোৰ কিশোৰী সকলৰ আলোচনী বাখৰৰ উপদেষ্টা।বৰ্তমান নৱপ্ৰজন্মৰ লেখক লেখিকাৰ মাজত যথেষ্ঠ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে পল্লৱী বুঢ়াগোঁহাইয়ে।

Recent News

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd