• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ মূলধনৰ পৰিমাণ বৃদ্ধি কৰক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে: দাবী আপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2023 3:50 pm
PMAY
168
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) লাভ কৰা ৰাজ্যৰ ৩ লাখ ২ হাজাৰ হিতাধিকাৰীয়ে আজি নিজ গৃহত প্ৰৱেশ কৰিব বুলি ব্যাপক প্ৰচাৰ চলাইছে অসম চৰকাৰ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে। পিছে এই প্ৰচাৰৰ মাজতে যোজনাৰ কেতবোৰ আসোঁৱাহ আঙুলিয়াই দিছে আম আদমি পাৰ্টিয়ে।

এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে যোজনাৰ হিতাধিকাৰী নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি-নিয়মবোৰ বিভাগটোৱে টন্নটন্নকৈ নিৰীক্ষণ কৰিছে নে, সেই সন্দৰ্ভত পৰ্যালোচনাৰ প্ৰয়োজন বুলি উল্লেখ কৰে।

তদুপৰি হিতাধিকাৰীসকলে সময়মতে কিস্তিসমূহ পাইছে নে নাই সেয়াও পৰীক্ষা কৰা অতি জৰুৰী বুলি তেওঁ মন্তব্য কৰে। আপৰ মতে, চৰকাৰে গৃহ প্ৰৱেশৰ নামত বাতৰি কাকতত বৃহৎ বিজ্ঞাপন দি চৰকাৰী ধন শৰাধ কৰাৰ সময়তে কিন্তু অসমৰ গাঁৱে গাঁৱে হাজাৰ হাজাৰ অৰ্ধ নিৰ্মিত ঘৰ অতি সুলভ হৈ আছে।

পঞ্চায়ত বিভাগে প্ৰস্তুত কৰা নিৰ্দিষ্ট আৰ্হি আৰু প্ৰাক্ কলন মতে হিতাধিকাৰীয়ে নিজৰ গৃহটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে নে নাই সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে আম আদমি পাৰ্টিয়ে।

গৃহ নিৰ্মাণৰ সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধিয়ে হিতাধিকাৰীসকলক মৰমৰ ঘৰটো নিৰ্মাণৰ সময়ত গুণগত মানৰ লগত আপোচ কৰিবলৈ বাধ্য কৰিছে বুলি আম আদমী পাৰ্টিয়ে দাবী কৰিছে।

সেয়ে হিতাধিকাৰীসকলে গৃহ নিৰ্মাণৰ সময়ত নিৰ্মাণ কাৰ্যত গুণগত মানৰ লগত যাতে আপোচ কৰিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মুঠ ধনৰাশি বৰ্তমানৰ ১ লাখ ৫০ হাজাৰৰ পৰা বৃদ্ধি কৰিব লাগে বুলি আম আদমি পাৰ্টীয়ে চৰকাৰক দাবী কৰিছে।

Recent News

সুৰা প্ৰেমীসকলৰ বাবে সুখবৰ! ভাৰতত হ্ৰাস হ’ব বিদেশী সুৰাৰ দাম

সুৰা প্ৰেমীসকলৰ বাবে সুখবৰ! ভাৰতত হ্ৰাস হ’ব বিদেশী সুৰাৰ দাম

ভাৰত-পাকিস্তানৰ সংঘাত বন্ধ কৰিবলৈ শুল্ক! ট্ৰাম্পৰ শুল্ক নীতি বাতিল কৰিলে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আদালতে

ভাৰত-পাকিস্তানৰ সংঘাত বন্ধ কৰিবলৈ শুল্ক! ট্ৰাম্পৰ শুল্ক নীতি বাতিল কৰিলে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আদালতে

প্ৰবীণ আকালি নেতা সুখদেৱ সিং ধীন্দছাৰ ৮৯ বছৰ বয়সত মৃত্যু; দেশজুৰি শোকৰ ছাঁ

প্ৰবীণ আকালি নেতা সুখদেৱ সিং ধীন্দছাৰ ৮৯ বছৰ বয়সত মৃত্যু; দেশজুৰি শোকৰ ছাঁ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনবিভাগৰে মুখামুখি সংঘৰ্ষত চোৰাংচিকাৰীৰ মৃত্যুঃ উদ্ধাৰ মাৰণাস্ত্ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনবিভাগৰে মুখামুখি সংঘৰ্ষত চোৰাংচিকাৰীৰ মৃত্যুঃ উদ্ধাৰ মাৰণাস্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd