• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ পেট কামিনছক পাপনে প্ৰদান কৰিলে এটা বিশেষ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2019 12:08 pm
Papon with Pat Cummins

ফটো উৎস : ফেইচবুক

954
VIEWS
Share on FacebookShare on Twitter

হিন্দী চিনেমা জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অসমৰ জনপ্ৰিয় গায়ক অংগৰাগ পাপন মহন্তই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে অসমবাসীক। ইটোৰ পাছত সিটো হিট গানেৰে অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা পাপন এইবাৰ গানৰ বাবে নহয় ক্ৰিকেটৰ বাবেহে ছ’চিয়েল মিডিয়াত হৈছে চৰ্চিত।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত জনপ্ৰিয় গায়কগৰাকীক নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যনৰ ষ্টেডিয়ামত অতিথি হিচাপে উপস্থিত থাকি বঁটা প্ৰদান কৰা দেখা যায়।

গায়কগৰাকীয়ে অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ বলাৰ পেট কামিনছক মেচখনৰ স্বাগ ষ্টাৰ প্লেয়াৰ অব দা মেচ বঁটা প্ৰদান কৰে। ইয়াক লৈ এতিয়া অসমৰ ছ’চিয়েল মিডিয়াত শুভেচ্ছাৰে ভৰাই তুলিছে জনপ্ৰিয় গায়কগৰাকীক।

উল্লেখ্য যে ৫ মাৰ্চ অৰ্থাৎ মঙলবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় শৃংখলাৰ দ্বিতীয়খন এদিনীয়া মেচ। অতি ৰোমাঞ্চকৰ মেচখনত ভাৰতে অন্তিম অভাৰত অষ্ট্ৰেলিয়া দলক ৮ ৰানৰ ব্যৱধানত পৰাস্ত কৰে।

মেচখনত ভাৰতৰ হৈ অধিনায়ক বিৰাট কোহলীয়ে কেৰিয়াৰৰ ৪০তম শতক অৰ্জন কৰাৰ লগতে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও বিবেচিত হয়। বলিঙতো বুমৰাহ, কুলদীপ যাদৱ, বিজয় শংকৰৰ লগতে কেডাৰ যাদৱেও উজ্জ্বীৱিত প্ৰদৰ্শন কৰে।

আনহাতে কালিৰ মেচখন ভাৰতীয় ক্ৰিকেটৰ বাবে ঐতিহাসিক হিচাপে বিবেচিত হয় কিয়নো এদিনীয়া ক্ৰিকেটত ভাৰতৰ এয়া ৫০০ সংখ্যক বিজয়।

Recent News

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

শান্তি আলোচনাৰ পিছদিনাই যুযুধান ৰাছিয়া : ইউক্ৰেইনৰ যাত্ৰীবাহী বাছত ড্ৰ’ণ আক্ৰমণ, ৯ জনৰ মৃত্যু

শান্তি আলোচনাৰ পিছদিনাই যুযুধান ৰাছিয়া : ইউক্ৰেইনৰ যাত্ৰীবাহী বাছত ড্ৰ’ণ আক্ৰমণ, ৯ জনৰ মৃত্যু

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd