• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃত সুশান্ত ৰাজপুতৰ আত্মাৰ সৈতে কথা পাতিলে অধিভৌতিক বিশেষজ্ঞ ষ্টীভ হফে!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2020 11:24 am
sushant-paranormal-750x
144.4k
VIEWS
Share on FacebookShare on Twitter

প্লেনছেটৰ মাধ্যমেৰে মৃত ব্যক্তিৰ আত্মাক মতাৰ কথা আমি বহুতেই শুনি আহিছো। আন নালাগে কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰেও প্ৰিয় ব্যক্তিৰ আত্মাক আৰাধনা কৰাৰ কথা বহুতেই জানে।

আমেৰিকাৰ দৰে উন্নত দেশত আত্মাৰ আহ্বান, অলৌকিক কাৰ্যৰ সাধনাৰ বাবে বহু পেৰানৰমাল সংস্থা আছে।

যি কি নহওঁক, যোৱা ১৪ জুনত আত্মহত্যা কৰা বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰো আত্মাক এইবাৰ পৃথিৱীলৈ আহ্বান জনাই সেই আত্মাৰ সৈতে কথা পাতিলে বিশ্বৰ আগশাৰীৰ পেৰানৰমাল অর্থাৎ অধিভৌতিক বিশেষজ্ঞ ষ্টীভ হফে।

আত্মাক আহ্বান জনাবলৈ সাজি উলিওৱা বিশেষ যন্ত্ৰৰ সহায়ত হফে সুশান্তৰ আত্মাক মাতি আনে আৰু বহু সময় ধৰি কথা পাতে বুলি পেৰানৰমাল বিশেষজ্ঞ গৰাকীয়ে দাবী কৰিছে।

সুশান্তৰ একাংশ অনুৰাগীৰ অনুৰোধ ৰক্ষা কৰিয়েই হফে মৃত অভিনেতা গৰাকীৰ আত্মাক ধৰালৈ নমাই অনা বুলি হফে কৈছে।

ইতিমধ্যে পৰোনৰমাল বিশেষজ্ঞ গৰাকীয়ে সুশান্ত ৰাজপুতৰ আত্মাৰ সৈতে কথা পতাৰ ভিডিঅ’ ইউটিউৱত থকা তেওঁৰ নিজা চেনেলত প্ৰচাৰ কৰিছে।

সুশান্তৰ আত্মাক মাতি আনি হফে সুধিছে—‘তুমি পোহৰৰ সৈতে মিলি আছা নে?’ আত্মাৰ উত্তৰ—‘হয়, আছো’।

হফৰ কথা—‘মই তোমাৰ সৈতে বিশেষ পৰিচিতি নহয়, তথাপি তোমাৰ জনপ্ৰিয়তাৰ কথা তোমাৰ অনুৰাগী সকলৰ মুখত শুনিছো।‘

হফৰ এই বাৰ্তালাপৰ ভিডিঅ’ই বেছ সহাঁৰি লাভ কৰিছে।

Recent News

পুনৰ ড’নাল্ড ট্ৰাম্পৰ আস্ফালন! ‘বাণিজ্য’ৰ জৰিয়তে ভাৰত-পাকিস্তানৰ সংঘাতৰ অন্ত পেলোৱাৰ দাবী মাৰ্কিন প্ৰধানৰ

পুনৰ ড’নাল্ড ট্ৰাম্পৰ আস্ফালন! ‘বাণিজ্য’ৰ জৰিয়তে ভাৰত-পাকিস্তানৰ সংঘাতৰ অন্ত পেলোৱাৰ দাবী মাৰ্কিন প্ৰধানৰ

মোৰাদাবাদত বিদ্যালয়ৰ ভিতৰতে ১২ বছৰীয়া কিশোৰীৰ দলবদ্ধ ধ*ৰ্ষণ

মোৰাদাবাদত বিদ্যালয়ৰ ভিতৰতে ১২ বছৰীয়া কিশোৰীৰ দলবদ্ধ ধ*ৰ্ষণ

দীৰ্ঘ সময়ৰ কামে সলনি কৰিব পাৰে মগজুৰ গঠন: নতুন অধ্যয়ন

দীৰ্ঘ সময়ৰ কামে সলনি কৰিব পাৰে মগজুৰ গঠন: নতুন অধ্যয়ন

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd