• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ৰাষ্ট্ৰ বিৰোধী’ বক্তব্য প্ৰচাৰ, একাধিক ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰাৰ দাবী সংসদীয় কমিটিৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 6, 2025 7:31 am
72
VIEWS
Share on FacebookShare on Twitter

একাংশ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ইনফ্লুৱেন্সাৰে দেশৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আছে। সংসদৰ তথ্য আৰু প্ৰযুক্তি সম্পৰ্কীয় স্থায়ী সমিতিয়ে এনে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে। কেৱল সেয়াই নহয়, সোমবাৰে সংসদীয় কমিটিয়ে কেন্দ্ৰলৈ এই সম্পৰ্কীয় তথ্যও প্ৰেৰণ কৰে।

যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা দেশত সক্ৰিয় হৈ পৰিছে এটা বিশেষ গোষ্ঠী। তেওঁলোকে আক্ষৰিক অৰ্থত হিংসাৰ উচটনি দিছে। ইতিমধ্যে বিভিন্ন পক্ষৰ পৰা এনে দাবী উত্থাপন হৈছিল। এইবাৰ সংসদীয় সমিতিৰ কণ্ঠতো একে সুৰ শুনা গ’ল।

কমিটীয়ে কয় যে দেশৰ একাংশ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ আৰু প্লেটফৰ্মে দেশৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আছে, যিয়ে হিংসা বিয়পাব পাৰে। এই অভিযোগ উত্থাপন কৰি কমিটীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত উল্লেখ কৰা হৈছে যে তথ্য প্ৰযুক্তি আইন ২০০০ আৰু তথ্য প্ৰযুক্তি (ইন্টাৰমিডিয়াৰি গাইডলাইন এণ্ড ডিজিটেল মিডিয়া) নিয়ম, ২০২১ অনুসৰি এই প্লেটফৰ্মসমূহৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা পদক্ষেপসমূহ বিতংভাৱে ব্যাখ্যা কৰিব লাগিব। মন্ত্ৰালয় দুটাৰ সচিবসকলক ৮ মে’ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

প্ৰসংগক্ৰমে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এক ডজনৰো অধিক পাকিস্তানী চেনেল নিষিদ্ধ কৰা হৈছে। অভিযোগ অনুসৰি সেই চেনেলবোৰৰ পৰাই উচটনিমূলক আৰু বিভ্ৰান্তিকৰ বিষয়বস্তু পোষ্ট কৰা হৈছিল।

ইয়াৰ উপৰিও তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়েও ভাৰতীয় সাংবাদিক আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক এক গাইডলাইনত সতৰ্ক হ’বলৈ আহ্বান জনাইছে। বিশেষকৈ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ সৈতে জড়িত বাতৰি প্ৰকাশ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে।

Recent News

এসময়ত আছিল মুকেশ আম্বানীৰ ‘সোঁহাত’, ৭৫ কোটিৰ দৰমহা এৰি বাছি ল’লে আন এক জীৱন, কিয়?

এসময়ত আছিল মুকেশ আম্বানীৰ ‘সোঁহাত’, ৭৫ কোটিৰ দৰমহা এৰি বাছি ল’লে আন এক জীৱন, কিয়?

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd