NORTHEAST NOW (Assamese)

আংশিক সূৰ্যগ্ৰহণৰ কিছু নান্দনিক দৃশ্য

October 26, 2022 10:34 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 26, 2022 10:12 am

মঙলবাৰে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা গৈছিল আংশিক সূৰ্যগ্ৰহণ। আংশিক সূৰ্যগ্ৰহণ পাটনাত আবেলি প্ৰায় ৪:২০ বজাত আৰম্ভ হৈছিল আৰু ভাৰতৰ কেইবাখনো ঠাইত সন্ধিয়া ৫:২০ বজাত সমাপ্ত হৈছিল।

২০০৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতত দৃশ্যমান হৈছিল আংশিক সূৰ্যগ্ৰহণ। ইয়াৰ পাছত ২০৩২ চনলৈকে ভাৰতত আংশিক সূৰ্যগ্ৰহণ দৃশ্যমান নহ’ব।

মঙলবাৰে দৃশ্যমান হোৱা এই বিশেষ প্ৰাকৃতিক পৰিঘটনাৰ কেমেৰাত বন্দী হোৱা কিছু নান্দনিক দৃশ্য চাওঁ আহক:

দিল্লীত দৃশ্যমাহন হোৱা সূৰ্যক আংশিকভাৱে ঢাকি ৰখাৰ এক মনোমোহা দৃশ্য
তাজমহলৰ ওচৰত দেখা পোৱা এক দৃশ্য
ৰাছিয়া আৰু কাজাখস্তানৰ এক বৃহৎ অংশটো মঙলবাৰে দৃশ্যমান হয় আংশিক সূৰ্যগ্ৰহণ
চন্দ্ৰই সৌৰ ডিস্ক আৱৰিবলৈ আৰম্ভ কৰাৰ সময়ৰ দৃশ্য
ভাৰতীয় জ্যোতিৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ এম এন আনন্দৰ দ্বাৰা লাডাখৰ লেহৰ পৰা আংশিক সূৰ্যগ্ৰহণ

 

Related News