• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে দৰঙৰ খটৰা সত্ৰত পচেতি উৎসৱ আৰম্ভ

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
September 18, 2018 1:05 pm
Paseti-the-yearly-magazine-of-the-Paseti-Festival-has-been-released-by-senior-journalist-Mayukh-Goswami-2nd-from-left-in-presence-of-other-distinguished-guests.-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অইন বছৰৰ দৰে এই বেলিও দৰঙৰ খটৰা সত্ৰত বিশ্বকৰ্মা পূজা উপলক্ষে নতুনকৈ যান-বাহন কিনা লোকসকলে ভীৰ কৰাটো পৰিলক্ষিত হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে খটৰা সত্ৰ হৈছে বৈষ্ণৱ ঐতিহ্যবাহী ৪৫০ বছৰ প্ৰাচীন প্ৰতিষ্ঠান।

এটা লোক বিশ্বাস গঢ় লৈ উঠিছে যে যদিহে কোনো নতুনকৈ কিনা যান-বাহন খটৰা সত্ৰলৈ লৈ আহি সত্ৰৰ পৱিত্ৰ পানী বাহনখনৰ লগতে গৰাকীৰ গালৈকেও ছটিয়াই দিয়ে তেন্তে সেই বাহনখন সকলো অপায়-অমংগলৰ পৰা ৰক্ষা পৰিব।

ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ পৰা অহা জনসাধাৰণৰ উপস্থিতিয়ে সত্ৰখনক এক তীৰ্থস্থানলৈ পপৰিণত কৰি তুলিছে। খটৰা সত্ৰত ৫ দিনীয়াকৈ ‘পচেতি’ উৎসৱ পালিত হ’ব।

ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিনৰ সৈতে সংগতি ৰাখি স্থানীয় কৃষক সম্প্ৰদায়ৰ লগতে অন্য লোকসকলেও এই উৎসৱ পালন কৰে। ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা বৈষ্ণৱ পৰম্পৰা অনুসৰি এই উৎসৱ আৰম্ভ হয়। ইয়াৰ লগতে সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক, আধ্যাত্মিক, সামাজিক আৰু শৈক্ষিক কাৰ্যসূচীও পালিত হয়।

এই বছৰতো সত্ৰ ব্যৱস্থাপনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত আৰু সম্পাদক গংগাৰাম বৈশ্যৰ নেতৃত্বত অতি সুসংবদ্ধ আৰু নিয়মানুৱৰ্তিতাৰে এই উৎসৱ পালিত হৈছে।

উৎসৱৰ প্ৰথম দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে বাৰ্ষিক আলোচনী ‘পচেতি’ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা মঙলদৈ মেডিয়া চৰ্কোলৰ সম্পাদক ময়ুখ গোস্বামীয়ে। ‘পচেতি’ সম্পাদনা কৰিছে কমলাকান্ত ডেকাই।

‘পচেতি’ উন্মোচনী কাৰ্যসূচীত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল হৈছে—বিখ্যাত সাহিত্য আৰু সাংস্কৃতিক আয়োজক তৰুণ আজাদ ডেকা, প্ৰবীণ শিক্ষাবিদ চমক ৰাই কলিতা আৰু দৰং জিলা পৰিষদৰ প্ৰাক্তন সদস্য হেমন্ত কুমাৰ ডেকা ইত্যাদি।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd