• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিমানত উঠাৰ পূৰ্বে হৃদৰোগত আক্ৰান্ত যাত্ৰী; কৰ্তব্যৰত চিআইএছএফৰ জোৱানৰ প্ৰচেষ্টাত প্ৰাণৰক্ষা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 22, 2024 7:37 pm
371
VIEWS
Share on FacebookShare on Twitter

বিমানত উঠিবলৈ সাজু হৈ আছিল এজন যাত্ৰী। কিন্তু তাৰ আগতে এটা সমস্যাৰ সৃষ্টি হ’ল। হঠাৎ তেওঁৰ হৃদৰোগ ধৰা পৰিল। ইয়াৰ পাছত তেওঁ চেতনা হেৰুৱাই বিমানবন্দৰৰ ভিতৰত পৰিল। কৰ্তব্যৰত চি আই এছ এফৰ কনিষ্টবল এজনে হঠাতে পৰি থকা এজন যাত্ৰীক দেখি লৰালৰিকৈ আহিল। যাত্ৰীজন হৃদযন্ত্ৰ বন্ধ হৈ থকা বুলি গম পাই তেওঁ কাৰ্ডিঅ’পালমোনাৰী ৰিচাইচিটেচন (চিপিআৰ) আৰম্ভ কৰে। ইয়াৰ পাছতে তেওঁক সচেতন হোৱাৰ লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়।

যোৱা ২০ আগষ্টত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ২ত সংঘটিত হৈছিল এই ঘটনা। বিমানবন্দৰৰ সূত্ৰ অনুসৰি সেইদিনা নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা। দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী বিমানবন্দৰত উপস্থিত হয় আৰ্ছিদ আয়ুব নামৰ এজন যাত্ৰী। সময়মতে বিমানবন্দৰ পালেহি। সেই সময়ত হঠাৎ আয়ুবে চেতনা হেৰুৱাই পেলালে। কেইহাতমান দূৰত আছিল চি আই এছ এফৰ দুজন জোৱান। এনেদৰে খোজকাঢ়ি যোৱা যাত্ৰী এজনক দেখি তালৈ আহিছিল। যাত্ৰীসকলো স্তম্ভিত হৈ পৰিল। কি হ’ল চাবলৈ কৌতুহলী। সেইসমূহক আঁতৰোৱাৰ পাছত চিআইএছএফৰ এজন জোৱানে আয়ুবক চিকিৎসা কৰিবলৈ আৰম্ভ কৰিলে। চিপিআৰেৰে তেওঁক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছিল।

যেতিয়া আয়ুবে চেতনা লাভ কৰে তেতিয়া তেওঁক ছফদাৰজং হাস্পতালত ভৰ্তি কৰা হয়। বিমানবন্দৰৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চিআইএছএফৰ জোৱানৰ প্ৰচেষ্টাত যাত্ৰীগৰাকী বাচি যায়। যাত্ৰীজন হাৰ্ট এটেকত আক্ৰান্ত হৈছিল। এজন বিষয়াই লগতে কয় যে চিআইএছএফৰ জোৱানজনে যদি সময়মতে চিপিআৰ নিদিলেহেঁতেন তেন্তে যাত্ৰীজনৰ জীৱন ৰক্ষা নহ’লহেঁতেন।

Recent News

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd