• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্বি আংলঙত অনুষ্ঠিত হোৱা পুনৰ ভোটগ্ৰহণত ৭০.৭৮ শতাংশ ভোটদান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2019 9:16 pm
Diphu repoll

কাৰ্বি আংলঙত অনুষ্ঠিত পুনৰ ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটাৰৰ দীঘল শাৰী

1k
VIEWS
Share on FacebookShare on Twitter

স্বায়ত্ত শাসিত জিলা লোকসভা সমষ্টিৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ ১৩৬নং উজনি দিলাজী প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত বুধবাৰে সফলতাৰে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। ৰাজ্যত ১৮ এপ্ৰিলত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত ভিভিপেট যন্ত্ৰৰ বিসংগতিৰ বাবে কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হয়।

কেন্দ্ৰটোৰ ৬৮৮ গৰাকী ভোটাৰৰ ভিতৰত ৪৮৭ গৰাকী ভোটাৰে পুনৰ ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰে। কেন্দ্ৰটোত ভোটদানৰ হাৰ ৭০.৭৮ শতাংশ।

স্বায়ত্ত শাসিত জিলা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া হিচাপে দায়িত্বত থকা কাৰ্বি আংলঙৰ উপায়ুক্তগৰাকীয়ে ২২ এপ্ৰিলত ভিভিপেট যন্ত্ৰত থকা বিসংগতিৰ বাবে কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ ঘোষণা কৰিছিল।

বুধবাৰে নিয়ম অনুসৰি ৰাতিপুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হয়।

প্ৰিজাইডিং বিষয়া প্ৰবীণ বসুমতাৰীয়ে ভোটগ্ৰহণ কেন্দ্ৰটোত সম্পুৰ্ণ শান্তিপূৰ্ণভাবে ভোটগ্ৰহণ অনুষ্ঠিত হয় বুলি উল্লেখ কৰে। ভোটগ্ৰহণৰ অন্তত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী এজেণ্ট সকলৰ সন্মুখত ইভিএম মেচিন চীল কৰা হয়।

নিৰ্বাচনী বিষয়াসকলে পাছত কটকতীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ইভিএম মেচিন সমূহ ডিফুত থকা ষ্ট্ৰং ৰূমলৈ লৈ যায়।

আনহাতে, কাৰ্বি আংলঙৰ উপৰিও কৰিমগঞ্জ লোকসভা সমষ্টিৰ চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাবে বুধবাৰে পুনৰ নিৰ্বাচন অনুষ্ঠিত হয়।

Recent News

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd