NORTHEAST NOW (Assamese)

জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰা লোকসকলে ভাৰত জোড়ো যাত্ৰাক সমৰ্থন কৰা উচিত: যোগেন্দ্ৰ যাদৱ

December 12, 2022 9:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 12, 2022 10:16 pm

দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত যোগেন্দ্ৰ যাদৱ এটি চিনাকি নাম। এগৰাকী ৰাজনৈতিক বিশ্লেষক আৰু সমাজ সংগঠক হিচাপে যোগেন্দ্ৰ যাদৱ বিগত সময়চোৱাত ভাৰতৰ ৰাজনৈতিক মহলত সৰ্বপৰিচিত।

সম্প্ৰতি অসম ভ্ৰমণৰত যোগেন্দ্ৰ যাদৱৰ এক ৰাজনৈতিক সাক্ষাৎকাৰ গ্ৰহণ কৰে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে। উক্ত সাক্ষাৎকাৰত সাম্প্ৰতিক ভাৰতীয় ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত এক সংক্ষিপ্ত বিৱৰণ দাঙি ধৰে যোগেন্দ্ৰ যাদৱে।

এই সম্পূৰ্ণ সাক্ষাৎকাৰ তলৰ ইউটিউব লিংকত চাব পাৰে-

Related News