• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰম নৃশংসতা! চলন্ত গাড়ীৰ পৰা কোলাৰ শিশুক দলিয়াই দি মাতৃৰ ওপৰত যৌন নিৰ্যাতন চলালে দুৰ্বৃত্তই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2022 12:11 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

127
VIEWS
Share on FacebookShare on Twitter

দুৰ্বৃত্তৰ এটা দলৰ বিৰুদ্ধে চলন্ত গাড়ীৰ পৰা এটি শিশুক দলিয়াই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। গাড়ীৰ ভিতৰত শিশুটোৰ মাতৃকো যৌন নিৰ্যাতন কৰাৰ  অভিযোগ কৰা হৈছে। পিছত তেওঁকো গাড়ীৰ পৰা ঠেলি পেলাই দিয়া হয়। মহিলাগৰাকী বাচি যায় যদিও গাড়ীৰ পৰা পৰি শিশুটিৰ মৃত্যু ঘটে।

ঘটনাটো মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হৈছে। মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে গৈ থকা অৱস্থাত ১০ মাহৰ শিশু কন্যাটিক গাড়ীৰ পৰা উ লিয়াই দলিয়াই দিয়া হৈছিল বুলি অভিযোগ কৰা হৈছে।

লগতে পঢ়ক: বিমানৰ ভিতৰত ফণা তুলি উঠিল সাপ! আতংকিত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ যাত্ৰী

শনিবাৰে ৰাতিপুৱা মহিলাগৰাকীয়ে এখন কেব ভাড়া কৰি কন্যাটিক লৈ গৈ আছিল। গাড়ীখনত তেওঁ আৰু তেওঁৰ কন্যাৰ লগতে অন্যান্য যাত্ৰীও আছিল। তেওঁলোকে কেবখন শ্বেয়াৰত ভাড়ালৈ লৈছিল।

অভিযোগ কৰা হৈছে যে গাড়ীখনৰ চালক আৰু সহযাত্ৰীসকলে মহিলাগৰাকীক হাৰাশাস্তি কৰিছিল। শিশুটিক তেওঁৰ কোলাৰ পৰা কাঢ়ি লৈ খিৰিকীৰে বাহিৰলৈ দলিয়াই দিয়া হৈছিল।

মহিলাগৰাকীয়ে আৰক্ষীক কৈছে যে তেওঁক গাড়ীখনত অশালীন ব্যৱহাৰ কৰা হৈছিল। নিৰ্যাতন কৰাত বাধা দিয়াৰ সময়ত শিশুটিক তেওঁৰ কোলাৰ পৰা কাঢ়ি নিয়া হৈছিল। কন্যা শিশুটিক চলন্ত গাড়ীৰ পৰা মাকৰ চকুৰ সন্মুখতে দলিয়াই দিয়া হৈছিল। ঘটনাস্থলীতে শিশুটিৰ মৃত্যু হয়।

আনহাতে, কিছু সময়ৰ পিছত মহিলাগৰাকীকো দুৰ্বৃত্তই গাড়ীৰ পৰা ঠেলি পেলাই দিছিল। তেওঁ আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক: জঘণ্য কাণ্ড! সম্পত্তিৰ বাবে প্ৰবীণ অভিনেত্ৰীক হত্যা পুত্ৰৰ; ঘৰুৱা সহায়ক সহ পুত্ৰক গ্ৰেপ্তাৰ

এই সন্দৰ্ভত মান্দাৱী আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰা হৈছে। মহিলাগৰাকীৰ অভিযোগ আৰু ভাষ্যৰ ভিত্তিত এটা তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে অপৰাধীৰ সন্ধান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই।

Recent News

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd