• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান চৌহদত বনভোজ নিষিদ্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2020 4:39 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থান চৌহদত বনভোজ নিষিদ্ধ ঘোষণা কৰিছে মহাপীঠস্থান পৰিচালনা সমিতিয়ে।

আজি এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে পৰিচালনা সমিতিয়ে।

প্ৰণিধানযোগ্য যে, উত্তৰ-পূবৰ ইলোৰা, দ্বিতীয় কাশীধাম হিচাপে অভিহিত শ্ৰী সূৰ্য পাহাৰ মহাপীঠখন হিন্দুু, জৈন আৰু বৌদ্ধ এই তিনিটা ধৰ্মৰে উমৈহতীয়া তীৰ্থস্থান।

যাৰ পৰিপ্ৰেক্ষিতত মহাপীঠস্থান খনত এক আধ্যাত্মিক পৰিবেশ বৰ্তাই ৰখাতো নিতান্তই প্ৰয়োজন।

আনহাতে পাহাৰখনৰ চতুৰ্দিশে বনৰীয়া হাতী, বান্দৰৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতিৰ বসতিস্থল। তেনেস্থলত বনভোজকাৰীৰ দলে উচ্চস্বৰত বজোৱা গান বাজনা তথা বিশৃংখল হাই উৰুমিয়ে তীৰ্থস্থানখনৰ পৰিবেশ বিনষ্ট কৰাৰ যথেষ্ট থল আছে।

ইফালে, বনভোজকাৰী সকলে সততে ব্যৱহা ৰকৰা আমিষ খাদ্যৰ বাবেও তীৰ্থস্থানখনৰ আধ্যাত্মিকতাত প্ৰভাৱ পৰে বুলি বিবেচনা কৰিছে মহাপীঠস্থান পৰিচালনা সমিতিয়ে।

সেয়ে আগন্তুক ১৫ ডিচেম্বৰৰ পৰা শ্ৰীসূৰ্য পাহাৰ মহাপীঠ চৌহদত বনভোজ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে।

অৱশ্যে দৰ্শনাৰ্থী, ভ্ৰমণকাৰী তথা পৰ্যটকৰ বাবে তীৰ্থস্থানৰ দুৱাৰ সদায় খোলা থাকিব।

দূৰ দূৰণিৰ দৰ্শনাৰ্থীয়ে প্ৰয়োজনবোধে নিৰামিষ আহাৰো গ্ৰহণ কৰিব পাৰিব বুলি শ্ৰীসূৰ্য মহাপীঠস্থান পৰিচালনা সমিতিয়ে আজিৰ সংবাদ মেল যোগে জানিবলৈ দিছে ৷

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd