• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুঃসংবাদ: কোভিড ৰোগীৰ প্ৰাণ বচোৱাত সহায় নকৰে প্লাজমা থেৰাপিয়ে — আই চি এম আৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2020 2:29 pm
plasma
654
VIEWS
Share on FacebookShare on Twitter

অৱশেষত যেন শেষ আশাকণো নোহোৱা হৈ পৰিল।

কোনো প্ৰতিষেধকৰ আবিষ্কাৰ নোহোৱা কোভিডৰ চিকিৎসাত প্লাজমা থেৰাপিয়ে বিশেষ কাম কৰে বুলি ভবা হৈছিল যদিও শেহতীয়াকৈ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চে যেন সেই আশাতো চেঁচা পানী ঢালিলে।

ICMR-এ শেহতীয়াকৈ এই বুলি প্ৰকাশ কৰিছে যে কোভিড ৰোগীৰ প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰত প্লাজমা থেৰাপিয়ে মুঠেও কাম নকৰে।

কেৱল সেয়াই নহয় কোভিড ৰোগীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰতো প্লাজমা থেৰাপিৰ কোনো অৰিহণা নথকা বুলি প্ৰকাশ পাইছে।

সংস্থটোৱে দেশৰ বিভিন্ন ৰাজ্যৰ ৩৯ খন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ১২১০ গৰাকী সংকটাপন্ন ৰোগীৰ দেহত প্লাজমা থেৰাপি প্ৰয়োগ কৰি এই সত্যত উপনীত হৈছে যে কোভিড ৰোগীৰ প্ৰাণৰক্ষাৰ ক্ষেত্ৰত প্লাজমা থেৰাপিৰ কোনো কাম নাই।

ICMR-এ ২২ এপ্ৰিলৰ পৰা ১৪ জুলাই পৰ্যন্ত এই সমীক্ষা চলাইছিল।

ইমান দিনে ভাবি অহা হৈছিল যে প্লাজমা থেৰাপি গ্ৰহণ কৰিলে কোভিড আক্ৰান্ত ৰোগীয়ে নৱজীৱন লাভ কৰাটো খাটাং।

কিন্তু শেহতীয়াকৈ ICMR-এ কৰা ঘোষণাই সকলো কথা ওলট-পালট কৰি দিলে।

ফলত চিন্তিত হৈ পৰিছে দেশৰ চিকিৎসা বিজ্ঞানী তথা চিকিৎসকসকল।

Tags: COVID-19

Recent News

অনলাইন বেটিং এপ তদন্তত ডাঙৰ পদক্ষেপ; ২১ জুলাইত গুগল আৰু মেটাক তলব ইডিৰ

অনলাইন বেটিং এপ তদন্তত ডাঙৰ পদক্ষেপ; ২১ জুলাইত গুগল আৰু মেটাক তলব ইডিৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd