• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আক্ৰমণাত্মক গৌৰৱ গগৈ: আমেৰিকান কংগ্ৰেছক সম্বোধন কৰা মোদীয়ে সংসদত মণিপুৰৰ কথা ক’ব নোৱাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2023 6:29 pm
Manipur
321
VIEWS
Share on FacebookShare on Twitter

হিংসাজৰ্জৰ মণিপুৰত অধিক অৱনতি ঘটিছে পৰিস্থিতিৰ। মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে মণিপুৰ। কিন্তু ইয়াৰ পিছতো মণিপুৰ সন্দৰ্ভত বিশদ আলোচনাৰ বাবে আগবাঢ়ি অহা নাই শাসকীয় বিজেপি। মণিপুৰ সন্দৰ্ভত প্ৰায় নিশ্চুপ হৈ আছে প্ৰধানমন্ত্ৰী মোদীও।

কেৱল মাত্ৰ শেহতীয়াকৈ পোহৰলৈ অহা ৰাজ্যখনত সংঘটিত নৃশংস নাৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভতহে মোদীয়ে প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। মোদীৰ এই মৌনতাক লৈ ধাৰাবাহিক আক্ৰমণ চলাই আহিছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ।

এইবাৰ মোদী আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিল কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ। মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মোদীক তীব্ৰ আক্ৰমণ কৰি গগৈয়ে প্ৰধানমন্ত্ৰী আৰু বিজেপিয়ে মণিপুৰ সংকটক সাধাৰণ আইন-শৃংখলাৰ বিষয় হিচাপে গণ্য কৰিছে বুলি মন্তব্য কৰে।

সাংসদ গৌৰৱ গগৈয়ে কয়, “ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকান কংগ্ৰেছক সম্বোধন কৰিব পাৰে, কিন্তু তেওঁ আমাৰ জাতিৰ সংসদৰ ভিতৰত কথা ক’ব নোৱাৰে। মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনক সাৱটি ধৰিব পাৰে, কিন্তু মণিপুৰৰ হিংসাৰ বলি হোৱা লোকসকলক সাৱটিবলৈ তেওঁ অস্বীকাৰ কৰে।”

উল্লেখ্য যে, বিৰোধী দলসমূহে মণিপুৰৰ উদ্বেগজনক পৰিস্থিতিৰ ওপৰত আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে। সংসদৰ ভিতৰত মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ দাবীও কৰিছে বিৰোধী দলসমূহে। কিন্তু বিৰোধীৰ এই দাবীৰ প্ৰতি কোনো সঁহাৰি নাই মোদী তথা চৰকাৰৰ।

অগ্নিগৰ্ভৰ মণিপুৰৰ সন্দৰ্ভত মোদী তথা কেন্দ্ৰীয় চৰকাৰৰ এই নিৰৱতাৰ বিৰুদ্ধাচৰণ কৰি তথা মণিপুৰ সন্দৰ্ভত আলোচনাৰ দাবীৰে আজি সংসদৰ কাৰ্যকলাপ স্থবিৰ কৰি তোলে বিৰোধীয়ে। বিৰোধীৰ এই প্ৰতিবাদ বিফল কৰাৰ মানসেৰে আনকি মোদীৰ নেতৃত্বত চৰকাৰী পক্ষই আজি এক বৈঠকো আহ্বান কৰিব লগা হয়।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd