• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘এক পৃথিৱী, এক স্বাস্থ্য’: জি-৭’ৰ পৰা বিশ্ববাসীক বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2021 10:10 am
Narendra modi in G-7 summit
318
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে কৰ’না সংকট পৰিস্থিতিৰ মাজত জি-৭ সন্মিলনৰ পৰা ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

কেবল কৰ’না ভাইৰাছেই নহয়, পৰৱৰ্তী সময়ত যিকোনো স্বাস্থ্য সম্বন্ধীয় জৰুৰী পৰিস্থিতিত একেলগে যুঁজ দিয়াৰ বৰ্তা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

তদুপৰি, ভাৰ্চুৱেল এই বৈঠকৰ পৰা তেওঁ কৰ’না ভেকচিনৰ পেটেন্ট প্ৰত্যাহাৰৰ আহ্বানো জনায়।

প্ৰধানমন্ত্ৰীৰ এই ‘এক পৃথিৱী, এক স্বাস্থ্য’বাৰ্তাক সমৰ্থন জনাইছে জাৰ্মানীৰ চেন্সেলৰ এঞ্জেলা মৰ্কেলে। সেইদৰে, পেটেন্ট প্ৰত্যাহাৰৰ ক্ষেত্ৰতত ভাৰতক সমৰ্থন জনাইছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে।

ইপিনে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেৰ মেকৰনে কয় যে ভেকচিনৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতৰ দৰে বিকাশশীল দেশে পৰ্যাপ্ত পৰিমানৰ কেঁচা মাল দিব লাগিব।

Participated in the @G7 Summit session on Health. Thanked partners for the support during the recent COVID-19 wave.

India supports global action to prevent future pandemics.

"One Earth, One Health" is our message to humanity. #G7UK https://t.co/B4qLmxLIM7

— Narendra Modi (@narendramodi) June 12, 2021

কৰ’না পৰিস্থিতিৰ মাজতে দক্ষিণ-পশ্চিম ইংলেণ্ডৰ কৰ্ণৱালত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে জি-৭’ৰ অন্তৰ্বুক্ত দেশসমূহৰ তিনিদিনীয়া বৈঠক। ভাৰত জি-৭’ৰ অন্তৰ্ভুক্ত নহয় যদিও ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আমন্ত্ৰণত অতিথি ৰাষ্ট্ৰপ্ৰধান হিচাপে ভাৰ্চুৱেল বৈঠকত উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ উপৰি বৈঠকত অংশ গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে। তদুপিৰ, উপস্থিত থাকে জাপান, ফ্ৰান্স, জাৰ্মানী, কানাডা আৰু ইটালীৰ প্ৰধানমন্ত্ৰী।

উক্ত বৈঠকত ভাৰতৰ উপৰি দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপ্ৰধানো অতিথি প্ৰতিনিধি হিচাপে উপস্থিত আছে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd