• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতা দিৱসৰ ভাষণেৰে দেশবাসীক বিপথে পৰিচালিত কৰিছে মোদীয়ে! দাবী গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2023 10:44 am
Gaurav Gogoi
1.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা শাসকীয় বিজেপি দলৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ। গত স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ প্ৰসঙ্গ উল্লেখেৰে মোদীক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে।

স্বাধীনতা দিৱসৰ ভাষণৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবাসীক বিপথে পৰিচালিত কৰিছে বুলি দাবী কৰিছে গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গৌৰৱ গগৈয়ে মণিপুৰত পুনৰ শান্তি নিশ্চিত কৰিব নোৱাৰাৰ বাবে মোদীয়ে দেশবাসীক আভুৱা ভাৰিছে বুলি দাবী কৰে।

কংগ্ৰেছ নেতাগৰাকীৰ মতে, মণিপুৰত মুকলিকৈ বিয়পি থকা ৬ হাজাৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু ৬ লাখ গোলা-বাৰুদ কোষাগাৰলৈ ঘূৰি নহালৈকে ৰাজ্যখনত শান্তি পুনৰ ঘূৰি নাহে আৰু এই কথা জানে বাবেই স্বাধীনতা দিৱসৰ ভাষণৰ দ্বাৰা প্ৰধানমন্ত্ৰীয়ে ভাৰতবাসীক বিপথে পৰিচালিত কৰিছে।

গগৈয়ে লগতে কেন্দ্ৰই মণিপুৰত শান্তি স্থাপনৰ বাবে লোৱা প্ৰচেষ্টাৰ ওপৰত প্ৰশ্ন তুলি মিলনৰ আলোচনা নহ’লে শান্তি স্থাপন কেনেকৈ হ’ব বুলি প্ৰশ্ন কৰে। সংঘৰ্ষত লিপ্ত কুকি আৰু মেইটেই গোষ্ঠী ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ কাম-কাজত অসন্তুষ্ট আৰু তাৰ পিছতো কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁক সমৰ্থন কৰাটো দুৰ্ভাগ্যজনক বুলি গগৈয়ে দাবী কৰে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ কথা উল্লেখ কৰি স্বাধীনতা দিৱসৰ ভাষণৰ আৰম্ভণি কৰে। মণিপুৰত লাহে লাহে শান্তি ঘূৰি আহিছে বুলি উল্লেখ কৰি মোদীয়ে ৰাজ্যখনত শান্তি স্থাপনৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি আছে বুলি মন্তব্য কৰিছিল।

Recent News

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd