• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অহা ৭ ফেব্ৰুৱাৰিত কোকৰাঝাৰলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী; চলিছে আদৰাৰ পূৰ্ণ প্ৰস্তুতি

ৰিনয় বসুমতাৰী/চাজিদ খান by ৰিনয় বসুমতাৰী/চাজিদ খান
February 2, 2020 10:37 am
Story-5-1140x570

কোকৰাঝাৰত শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ বাবে প্ৰস্তুতিৰ বুজ লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফটো: নৰ্থইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

অহা ৭ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ বাবে প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে ৰাজ্যখনৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কোকৰাঝাৰ ভ্ৰমণ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভাত অংশ লোৱাৰ বাবে কোকৰাঝাৰলৈ আহিব। অলপতে সম্পন্ন হোৱা বড়ো চুক্তি উপলক্ষে আনুষ্ঠানিক উদযাপনৰ বাবে আয়োজন কৰা হৈছে এই সমাৱেশৰ।

বড়ো চুক্তিখন কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, এনডিএপবিৰ চাৰিটা গোট, সদৌ বড়ো ছাত্ৰ সন্থা (এবছু) আৰু য়ুনাইটেড বড়ো পীপলছ অ’ৰ্গেনাইজেশ্যনৰ (য়ুবিপিঅ’)ৰ মাজত স্বাক্ষৰিত হৈছে।

সাংবাদিকৰ আগত মন্ত্ৰী শৰ্মাই কয়,”প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ ভ্ৰমণ নিশ্চিত।‘’

জিলাখনলৈ প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাত বন্ধৰ বাতৰিও তেওঁ নস্যাৎ কৰে।

“কাৰোবাৰ যদি চৰকাৰৰ সৈতে বা ইয়াৰ সিদ্ধান্তৰ সৈতে কিবা সমস্যা আছে, তেতিয়াহ’লে তেওঁলোকে চৰকাৰক আলোচনাৰ বাবে আহ্বান জনাব পাৰে,’’-শৰ্মাই কয়।

তেওঁ কয়,”অহা ছয় মাহৰ ভিতৰত বিটিআৰত নতুন গাওঁসমূহ অন্তৰ্ভুক্ত বা কৰ্তন কৰা হ’ব।‘’

“এই উদ্দেশ্যে এখন আয়োগ গঠন কৰা হ’ব আৰু  আয়োগৰ আগত অনুৰোধ কৰাৰ পাছত অন্তৰ্ভুক্ত আৰু কৰ্তনৰ বিষয়টো পৰ্যালোচনা কৰা হ’ব,’’-মন্ত্ৰী শৰ্মাই কয়।

আয়োগত এবছু, বিটিচিৰ সদস্য, এগৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশল লগতে অবড়ো সংগঠনৰ প্ৰতিনিধিও থাকিব।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd