• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনঃ জিনপিঙৰ লগতে পুটিন, মিৰ্জিয়োয়েভ আৰু ইৰাণৰ ৰাষ্ট্ৰপতি ৰাইচিৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 16, 2022 5:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজবেকিস্তানত আৰম্ভ হৈ ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলন। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক উজবেক চহৰত দুবছৰৰ ভিতৰত ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) প্ৰথমখন সন্মিলনত অংশগ্ৰহণ কৰিব। আঠজনীয়া গোটৰ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু মধ্য এছিয়াৰ দেশসমূহৰ অন্যান্য নেতাসকল উপস্থি্ত আছে। প্ৰধানমন্ত্ৰী মোদীয়েয়ে আঞ্চলিক নিৰাপত্তা প্ৰত্যাহ্বান ,বাণিজ্য, বিনিয়োগ আৰু শক্তি খণ্ডৰ দৰে বিষয়সমূহকলৈ বিভিন্ন দেশৰ ৰাষ্ট্ৰ প্ৰধানৰ সৈতে আলোচনা কৰিব।

সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, উজবেক ৰাষ্ট্ৰপতি শৱকত মিৰ্জিয়োয়েভ আৰু ইৰাণৰ ৰাষ্ট্ৰপতি ৰাইচিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে। তেওঁ আজি উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শৱকত মিৰ্জিয়োয়েভক ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’) সন্মিলনত সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে উজবেকিস্তানৰ সমাৰকন্দত অনুষ্ঠিত ছাংহাই কো-অপাৰেচন অৰ্গেনাইজেচন (এছচিঅ’) সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ, উজবেক ৰাষ্ট্ৰপতি শৱকত মিৰ্জিয়োয়েভ আৰু মধ্য এছিয়াৰ নেতাসকলৰ সৈতে একেলগে আলোকচিত্ৰৰ বাবেও পোজ দিয়ে। এই সন্মিলনৰ সময়তে উজবেকিস্তানৰ সৈতে ভাৰতৰ বাণিজ্যৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ উজবেক ৰাষ্ট্ৰপতি মিৰ্জিয়োয়েভক সাক্ষাৎ কৰিবলৈও অপেক্ষা কৰি আছিল। তেওঁ লগতে কয়, “মই ২০১৮ চনত তেওঁৰ ভাৰত ভ্ৰমণৰ কথা মনত পেলাইছো। তেওঁ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনকো আকৰ্ষণীয় কৰি তুলিছিল। উক্ত অনুষ্ঠানত তেওঁ সন্মানীয় অতিথি আছিল। তদুপৰি, সন্মিলনত অংশগ্ৰহণ কৰা আন কেইজনমান নেতাৰ সৈতে মই দ্বিপাক্ষিক বৈঠকত মিলিত হ’ম ।” দুয়োখন দেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কত শীতলতাৰ মাজতে চীনৰ ৰাষ্ট্ৰপতি ঝি আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফৰ সৈতেও মোদীয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। ২০০১ চনৰ জুন মাহত ছাংহাইত আৰম্ভ কৰা এছচিঅ’ৰ আঠখন সদস্য ৰাষ্ট্ৰ আছে, সেই সদস্য ৰাষ্ট্ৰ সমূহৰ ভিতৰত আছে ছয়জন প্ৰতিষ্ঠাপক সদস্য, চীন, কাজাখস্তান, কিৰগিজস্তান, ৰাছিয়া, তাজিকিস্তান আৰু উজবেকিস্তান। ভাৰত আৰু পাকিস্তানে ২০১৭ চনত সদস্যপদ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে উজবেকিস্তানলৈ গৈছে। সন্মিলনৰ সময়তে মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সুকীয়া সুকীয়াকৈ বৈঠকত মিলিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে কাৰ্যালয়ে এই প্ৰসংগত কয়, “এছচিঅ’ সন্মিলনত মই সাময়িক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়, এছচিঅ’ৰ সম্প্ৰসাৰণ আৰু সংগঠনটোৰ ভিতৰত বহুমুখী আৰু পাৰস্পৰিক ভাৱে লাভজনক সহযোগিতা অধিক বৃদ্ধি কৰাৰ ক্ষেত্ৰত মত বিনিময় কৰিম।”তেওঁ লগতে কয় যে সন্মিলনখনত বাণিজ্য, অৰ্থনীতি, সংস্কৃতি আৰু পৰ্যটনৰ ক্ষেত্ৰত কেইবাটাও সিদ্ধান্ত লোৱা হ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য লাডাখকলৈ অচলাৱস্থা আৰম্ভ হোৱাৰ পিছৰে পৰা মোদী আৰু জিনপিঙে ইজনে সিজনৰ সৈতে আনুষ্ঠানিকভাবে কথা পতা নাই।লাডাখত চীনৰ সেনাই আগ্ৰাসন চলোৱাক লৈ বিগত কিছু বছৰ ধৰি ভাৰত আৰু চীনৰ মাজত সংঘাত অব্যাহত আছে। এনে সংঘাতৰ পৰিণতিতে কুৰি জনকৈ ভাৰতীয় সেনাৰ প্ৰাণো গৈছে। ইয়াৰ মাজতে ভাৰত আৰু চীনৰ মাজত লাডাখ সংকটকলৈ ১৬ লানি আলোচনা অনুষ্ঠিত হৈছে। শেহতীয়া আলোচনামৰ্মে দুয়োখন দেশে পূব লাডাখৰ গোগ্ৰা আৰু হট স্প্ৰিং অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰা আৰম্ভ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd