• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছোনীয়া গান্ধীক উপলক্ষ্য কৰি প্ৰধান মন্ত্ৰী মোডীয়ে কৰা ‘বিধৱা’ মন্তব্যক ভৰ্ৎসনা এপিচিচিৰ

ডেমিয়েন লেপছা by ডেমিয়েন লেপছা
December 11, 2018 9:05 pm
EFcPIkim
445
VIEWS
Share on FacebookShare on Twitter

বিগত সপ্তাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীক উপলক্ষ্য কৰি ‘বিধৱা’ শব্দ প্ৰয়োগ কৰাক লৈ অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ মিনা টোকোৱে প্ৰধান মন্ত্ৰীগৰাকীক তীব্ৰ ভাষাৰে ভৰ্ৎসনা কৰিছে।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী মোডীয়ে ৰাজস্থানৰ জয়পুৰত আয়োজিত এটা নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক কেইবাটাও কেলেংকাৰিত জড়িত থকা বুলি প্ৰত্যক্ষভাৱে অভিযুক্ত কৰে। তাৰ ভিতৰত আছিল ‘বিধবা পেনছন আঁচনি। এই আঁচনি সন্দৰ্ভত কংগ্ৰেছক আক্ৰমণ কৰিবলৈ গৈ প্ৰধান মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰিছিল, ‘‘য়ে কংগ্ৰেছ কী কৌন সী বিধৱা থী জিছকে খাতে মেঁ পৈসা জাতা থা’। বিধৱা শব্দটোৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধীক উপলক্ষ্য কৰিছিল বুলি অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অভিযোগ কৰিছে।

বিগত সপ্তাহৰ ভাষণটোত প্ৰধান মন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ বাবে এপিচিচিয়ে প্ৰধান মন্ত্ৰীগৰাকীক লিংগ বৈষম্যবাদী বুলি অভিহিত কৰি কয় যে প্ৰধান মন্ত্ৰীগৰাকীৰ অভিযোগ ভিত্তিহীন অসংবেদনশীল। এপিচিচিয়ে কয় যে প্ৰধান মন্ত্ৰীগৰাকীয়ে ছোনীয়া গান্ধীক বিধৱা বুলি উপলুঙা কৰি ভাৰত আৰু সমগ্ৰ বিশ্বৰ মহিলাসকলক উপলুঙা কৰিছে আৰু ইয়াতে তেওঁৰ মাতৃগৰাকীও আছে। আজি এটা বিজ্ঞপ্তি যোগে এপিচিচিৰ মুখপাত্ৰ মিনা টোকোই কৈছে যে আৰএছএছৰ প্ৰচাৰক মোডীৰ এটা নাৰী বিদ্বেষী মানসিকতা আছে আৰু মহিলা সৱলীকৰণ আৰু লাখ লাখ কন্যা শিশুৰ নামত ব্যাপক প্ৰচাৰ চলাই অতি নিকৃষ্ট মানৰ ৰাজনীতি কৰিছে।

‘‘আৰএছএছৰ প্ৰচাৰকে কন্যা শিশুক ধৰ্ষণ সময়ত কি দৰে মোডীৰ আঁচনিয়ে নাৰী সৰাবৰাহ বন্ধ কৰিব পাৰিব?সমগ্ৰ দেশতে কন্যা ভ্ৰুণ হত্যাৰা প্ৰাদূৰ্ভাৱ থকা সময়ত ‘সুকন্যা সমৃদ্ধি যোজনা’ আৰু ‘বেটী বাচাও বেটী বঢ়াও’ আদি আঁচনি কেনেদৰে ফলপ্ৰসূ হ’ব? ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰৰ শীৰ্ষতম স্থানত থকা মহিলা ছোনীয়া গান্ধী সম্পৰ্কে কৰা মন্তব্যই মহিলা সন্দৰ্ভত মোডীৰ মনোবৃত্তিক স্পষ্টকৈ দেখুৱায় আৰু তেওঁৰ পৰা এয়াই আশা কৰিব পাৰি’’ বুলি টকোৱে মন্তব্য কৰে।

Recent News

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd