• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম-নাগালেণ্ড সীমান্তৰ পূৰ্ণ লাহৰীজানত চাৰিজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ, ৰাইফলসহ জব্দ অস্ত্ৰ-শস্ত্ৰ

ৰূপজ্যোতি মহন্ত by ৰূপজ্যোতি মহন্ত
June 29, 2019 1:07 pm
Poachers-750x375

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীকেইজনৰ লগতে জব্দ কৰা গাড়ীখন। ফটো : নৰ্থইষ্ট নাও

3.4k
VIEWS
Share on FacebookShare on Twitter

অসম-নাগালেণ্ড সীমান্তৰ পূব কাৰ্বি আংলঙৰ পূৰ্ণ লাহৰীজান অঞ্চলৰ পৰা শুকুৰবাৰে আৰক্ষীয়ে এটা সন্দেহজনক চোৰাংচিকাৰীৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বাতৰি অনুসৰি, চাৰিজন সন্দেহযুক্ত চোৰাং চিকাৰীৰ দলটোৱে এখন মাৰুতি গাড়ীৰে গৈ থকা অৱস্থাত দিল্লাই আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্ণ লাহৰীজান আন্ত:ৰাজ্যিক আৰক্ষী নিৰীক্ষণ চকীত নিয়মীয়া তালাচীৰ সময়ত ৰখায়।

গাড়ীখনৰ ভিতৰত তালাচী চলাই আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা এটা ‘২২ কেলিবাৰৰ ৰাইফলৰ লগতে ৮০ টা সজীৱ গুলী, ১২ ব’ৰ ৰাইফলৰ ২০ জাই গুলী, ফটকা, তিনিটা টৰ্চ লাইট আৰু কেইবাটাও মোবাইল ফোন উদ্ধাৰ কৰে।

দিল্লাই আৰক্ষীয়ে চলোৱা প্ৰাথমিক অনুসন্ধানত তেওঁলোকৰ জিম্মাৰ পৰা জব্দ কৰা ৰাইফল চোৰাং চিকাৰৰ উদ্দেশ্যেই লগত ৰখা বুলি ঠাৱৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা লোককেইজনক বিনোদ বসুমতাৰী, আখতা টেছো, ছচেট হম আৰু আখপা বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজনেই ডিমাপুৰৰ বাসিন্দা আৰু কাৰ্বি আংলঙৰ বনাঞ্চলত চোৰাং চিকাৰৰ উদ্দেশ্যে অহা বুলি জানিব পৰা গৈছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd