• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্যহস্তী হত্যা : ত্ৰিপুৰাত উদ্ধাৰ অংগক্ষত হাতীৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2025 4:39 pm
112
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত উদ্ধাৰ হৈছে এটা বন্যহস্তীৰ মৃতদেহ। ত্ৰিপুৰাৰ খোৱাই জিলাৰ কল্যাণপুৰ বন বিভাগৰ অন্তৰ্গত প্ৰমোদ নগৰৰ টুই ৰূপা চৰা বনাঞ্চলত উদ্ধাৰ হৈছে এটা মতা হাতীৰ অংগক্ষত মৃতদেহ।

প্ৰথমে এই হাতীটোক চোৰাং চিকাৰীয়ে হত্যা কৰি অংগচ্ছেদ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল বন বিভাগে।

দেওবাৰে পুৱা স্থানীয় ৰাইজৰ সহায়ত বন বিভাগৰ নিয়মীয়া টহলৰ সময়ত উদ্ধাৰ হয় হাতীটোৰ মৃতদেহ। এই তথ্য লাভ কৰাৰ লগে লগে জ্যেষ্ঠ বন বিষয়া, আৰক্ষী আৰু পশু চিকিৎসক সেই স্থানত উপস্থিত হয়।

বিষয়াসকলৰ মতে হাতীটোক গুলীয়াই হত্যা কৰা হৈছে। হত্যা কৰাৰ পিছত হাতীটোৰ মূৰ আৰু পিছ ভৰিৰ কিছু অংশ চিকাৰীয়ে কাটি লৈ যায়। সম্ভৱত হাতীটোৰ দাঁতো লৈ গৈছে চোৰাং চিকাৰীয়ে।

মৰণোত্তৰ পৰীক্ষাত নিশ্চিত হৈছে যে চোৰাং চিকাৰেই হাতীটোৰ মৃত্যুৰ কাৰণ।

ইতিমধ্যে কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰি  দোষীক চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে তৎপৰ হৈ উঠিছে।

Recent News

প্ৰতিদিনে পুৱা খালী পেটত আমলখি খালে লাভ কৰিব এইসমূহ উপকাৰিতা…

প্ৰতিদিনে পুৱা খালী পেটত আমলখি খালে লাভ কৰিব এইসমূহ উপকাৰিতা…

ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…

ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ভিত্তিত উত্থাপিত দুৰ্নীতিৰ অভিযোগত ক্লিন ছিট পালে ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী বুসে

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ভিত্তিত উত্থাপিত দুৰ্নীতিৰ অভিযোগত ক্লিন ছিট পালে ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী বুসে

বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd