• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন! প্ৰয়োজনত অধিক হেলিকপ্টাৰ উৰুৱাব বিজেপিয়ে : পবিত্ৰ মাৰ্ঘেৰিটা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 2, 2018 6:05 pm
Helicopter Pabitra Margherita
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ভাৰতীয় জনতা পাৰ্টী পৃথিৱীৰ ভিতৰতে এটা সৰ্বাধিক সদস্য থকা দল। ৰাজ্যত ২৭ লাখ বিজেপি সদস্য আছে। গতিকে নিৰ্বাচনী প্ৰচাৰত দৰকাৰ হ’লে ইয়াতকৈ বেছি হেলিকপ্টাৰ উৰুৱাব পাৰে।” দেওবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি এই দাম্ভিক মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ।

উল্লেখ্য যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনত এইবাৰেই প্ৰথম হেলিকপ্টাৰ ব্যৱহাৰ হৈছে আৰু বিজেপিয়ে আনিছে এই নতুন পৰিৱৰ্তন। বিজেপিৰ প্ৰাৰ্থীৰ হৈ ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চুকে-কোণে প্ৰচাৰত অংশ লৈছে। প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে এদিনত অংশ লৈছে তিনি-চাৰিখন প্ৰচাৰ সভাত। ৰাতিপুৱা যদি উজনি অসমত, দুপৰীয়া মধ্য অসমত আৰু আবেলি অংশ লৈছে নামনি অসমত। মাৰ্ঘেৰিটাৰ মতে, এই সকলোবোৰ সম্ভৱ হৈছে একমাত্ৰ হেলিকপ্টাৰৰ বাবে। কিন্তু এতিয়া এই হেলিকপ্টাৰৰ বাবেই তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ব লগীয়া হৈছে বিজেপি দলৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ইপিনে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু হিমন্তই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত হেলিকপ্টাৰ ব্যৱহাৰ কৰাক লৈ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

মহন্তই কৈছিল যে সাধাৰণ পঞ্চায়ত নিৰ্বাচনতে যদি এইদৰে হেলিকপ্টাৰ ব্যৱহাৰ কৰি প্ৰচাৰ চলোৱা হয়, তেন্তে অনাগত দিনত ৰাজ্যত দুৰ্নীতি বৃদ্ধি পোৱাটো খাটাং। এইদৰে প্ৰচাৰ চলোৱা এটা চমকৰ লগতে ৰাজহুৱা ধনৰ অপচয় বুলি মহন্তই মন্তব্য কৰিছিল। মহন্তৰ মতে, এখন হেলিকপ্টাৰ উৰিলে এঘণ্টাত খৰচ হয় ৯০ৰ পৰা ৯৯ হাজাৰ। এইদৰে মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীয়ে প্ৰচাৰৰ বাবে দৈনিক ১০-১২ লাখ টকা চৰকাৰী ধন অপচয় কৰি আছে।

ইয়াৰোপৰি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশলক গৰিহণা দি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কৈছিল যে এয়া ছিণ্ডিকেট, দুৰ্নীতিৰে ঘটা ধনেৰে হেলিকপ্টাৰেৰে বিজেপিয়ে প্ৰচাৰ চলাইছে।

মিত্ৰজোঁট অগপৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু বিৰোধীৰ এনেবোৰ সমালোচনাৰ পাছতো ৰাইজে বিচৰা বাবেহে হেলিকপ্টাৰেৰে প্ৰচাৰ চলোৱা বুলি আজিৰ সংবাদমেলত মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।

মাৰ্ঘেৰিটাৰ মতে, “প্ৰত্যেকটো সমষ্টিতে ৰাইজে সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছে। তেওঁলোকৰ দাবী মৰ্মে বহুতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব লগীয়া হৈছে।”

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দুখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে।

হাস্যকৰভাৱে, ‘বিজেপি এটা শক্তিশালী দল‘ বাবেই দলৰ আজীৱন সদস্যসকলে দলৰ প্ৰতি দান-বৰঙনিৰ পুঁজিৰে হেলিকপ্টাৰ উৰুওৱাটো ডাঙৰ কথা নহয় বুলিও মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm
বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

September 6, 2025 8:11 pm
ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন

ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন

September 6, 2025 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd