• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউন : দুখীয়া লোকৰ মাজত আৰক্ষী, CRPF জোৱানে বিতৰণ কৰিলে খাদ্য সামগ্ৰী

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
April 7, 2020 12:34 pm
VideoCapture_20200407-093714

ফটো : নৰ্থ-ইষ্ট নাও

3.1k
VIEWS
Share on FacebookShare on Twitter

মহামাৰী কোভিড-১৯-ৰ বাবে সমগ্ৰ দেশতেই লকডাউন ঘোষনা কৰাৰ পিছত অসমত বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।

এনে সময়তে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই পুৰণিগুদামৰ ব্ৰাহ্মণ গাঁৱৰ সুসন্তান টংকেশ্বৰ বৰুৱাই জন্মস্থানৰ বহু দৰিদ্ৰ লোকক সাধ্য অনুসাৰে খাদ্য সামগ্ৰী যোগান ধৰা দেখা যায়।

আৰক্ষীৰ দৰে জৰুৰীকালীন সেৱাৰ লগত জড়িত হোৱাৰ পাছতো নিজৰ জন্মভূমিৰ দৰিদ্ৰ লোকসকলৰ প্ৰতি থকা এই মহানুভবতাক পুৰণিগুদামবাসীয়ে শলাগ জনাইছে।

ইফালে পুৰণিগুদামৰে বিভিন্ন অঞ্চলত চি আৰ পি এফ-ৰ এটা ৰেজিমেণ্টে আগবঢ়োৱা সহায়ৰ হাতকো প্ৰসংশাৰে উপচাই পেলাইছে স্থানীয় ৰাইজে।

পুৰণিগুদামৰ তেলিয়া মুছলমান গাঁৱতো বিশেষভাবে সক্ষম দুজন লোকৰ বাবে খাদ্য সামগ্ৰীৰ যোগান ধৰে চি আৰ পি এফৰ নগাঁও কাটিমাৰিস্থিত ৩৪নং বেটেলিয়ানে।

গাঁওখনৰ কোনো লোকে চি আৰ পি এফৰ “মডদগাৰ” নামৰ হেল্পলাইনত ফোন যোগে অৱগত কৰাৰ বাবেই দৰিদ্ৰ লোক কেইজনৰ ঘৰতেই আহি জোৱানৰ দলটোৱে খাদ্য সামগ্ৰী প্ৰদান কৰি যায়।

আনহাতে পুৰণিগুদাম অঞ্চলৰ “জালজৰী সন্মিলিত যুৱ মঞ্চ” নামৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠানটোৱেও বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ বহু কেইটা দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দালি, আলু, পিয়াজ আৰু মিঠাতেল আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা যায়।

Tags: COVID-19

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd