• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ল’কডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণেৰে তামুলপুৰত আৰক্ষী বিষয়াৰ মহানুভৱতা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 11, 2020 6:34 am
Tamulpur Story

খাদ্য সামগ্ৰী বিতৰণৰ সময়ত আৰক্ষী বিষয়া গৰাকী

392
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে আহ্বান জনোৱা ২১ দিনীয়া ল’কডাউনৰ বাবে বৰ্তমান তীব্ৰ খাদ্য সংকটত ভুগিবলগীয়া হৈছে গ্ৰাম্যাঞ্চলৰ দুখীয়া শ্ৰেণীৰ জনসাধাৰণ।

এনে দুৰ্যোগৰ সময়ত দুখীয়া শ্ৰেণীৰ ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিল তামুলপুৰ মহকুমাৰ  সুৱাগপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেন বড়ো।

আৰক্ষী বিষয়া গৰাকীয়ে জন্ম স্থান তামুলপুৰ মহকুমাৰ অধীনস্থ তিনি পুখুৰী গাঁৱত ২২ টা পৰিয়ালক চাউল, দাইল, আলু, মিঠাতেল, পিয়াজ আদিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিয়ে।

আৰক্ষী বিষয়া গৰাকীয়ে সুৱাগপুৰ আৰক্ষী চকী এলেকাত বিগত সময়ত প্ৰায় আঢ়ৈশ পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছে।

যিহেতু তেওঁৰ নিজৰ জন্ম ঠাইত তেওঁৰ মৃত্যু হ’লে এই গাঁৱৰ  লোক সকলেই তেওঁৰ অন্তিম সৎকাৰ কৰিব লাগিব সেয়ে তেওঁ এই অঞ্চলৰ লোকৰ বিপদৰ সময়ত সহায় নকৰিলে ভুল কৰা হ’ব বুলি অনুভৱ কৰিয়েই আৰক্ষী বিষয়া ৰাজেন বড়োয়ে এই পদক্ষেপ লোৱা বুলি সদৰী কৰে।

Tags: COVID-19

Recent News

জুহি বনাম মাধুৰী! ৪৩০০ কোটি টকাৰ সম্পত্তিৰ পাৰ্থক্য; কাৰ হাতত আছে বেছি টকা?

জুহি বনাম মাধুৰী! ৪৩০০ কোটি টকাৰ সম্পত্তিৰ পাৰ্থক্য; কাৰ হাতত আছে বেছি টকা?

চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ’ল GNRC হাস্পতালঃ ভুক্তভোগীক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ

চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ’ল GNRC হাস্পতালঃ ভুক্তভোগীক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd