• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৰুতৰভাৱে অসুস্থ, সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি পপ গায়িকা মেডোনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2023 4:11 pm
420
VIEWS
Share on FacebookShare on Twitter

গুৰুতৰভাৱে অসুস্থ পপ গায়িকা মেডোনা। বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে কেইবাদিনো ধৰি নিউয়ৰ্ক চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে গায়িকাগৰাকী। গায়িকাগৰাকীৰ মেনেজাৰ গাই ওজাৰীয়ে প্ৰকাশ কৰা অনুসৰি মেডোনাৰ অৱস্থা পূৰ্বতকৈ ভাল হৈছে যদিও সম্পূৰ্ণ সুস্থ হ’বলৈ সময় লাগিব।

বুধবাৰে মেডোনাৰ দীৰ্ঘকালৰ মেনেজাৰ গাই ওজাৰীয়ে ইনষ্টাগ্ৰামত গায়িকাগৰাকীৰ অসুস্থতাৰ বিষয়ে এক বিবৃতি প্ৰকাশ কৰে।

বিবৃতিটোত তেওঁ লিখিছে, ‘২৪ জুনত তেওঁক গুৰুতৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে আইচিইউলৈ লৈ যোৱা হৈছিল। তেওঁৰ শাৰীৰিক অৱস্থাৰ উন্নতি ঘটিছে যদিও তেওঁ আৰু কেইদিনমান ডাক্তৰৰ পৰ্যবেক্ষণত থাকিব লাগিব।

অহা মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল মেডোনাৰ ৮৪ দিনীয়া বিশ্ব ভ্ৰমণ। কিন্তু ৬৪ বছৰীয়া গায়িকগৰাকীৰ বাবে সেইটো আৰম্ভ কৰা সম্ভৱ নহ’ব বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়ে গাই ওজাৰীয়ে।

তেওঁ কয়, ‘এই পৰিস্থিতিত আমি বিশ্ব ভ্ৰমণকে ধৰি পূৰ্বৰ সকলো ধৰণৰ প্ৰতিশ্ৰুতি স্থগিত ৰাখিব লাগিব, ইয়াৰ ভিতৰত বিশ্ব ভ্ৰমণ কাৰ্যসূচীও আছে। ইয়াৰ বিষয়ে আমি অতি সোনকালে সবিশেষ দিম। নতুন ভ্ৰমণৰ আৰম্ভণিৰ তাৰিখ আৰু সংশোধিত সময়সূচী অৱগত কৰা হ’ব।‘

আমেৰিকাৰ বিভিন্ন সংবাদ মাধ্যমৰ মতে, মেডোনাৰ কন্যা লৰ্ড লিঅ’ তেওঁৰ কাষত আছে। ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২০ চনৰ মাৰ্চলৈকে শেহতীয়া বিশ্ব ভ্ৰমণ ‘মেডাম এক্স’ত অংশগ্ৰহণ কৰিছিল মেডোনাই। তিনি বছৰৰ পাছত তেওঁৰ এই ভ্ৰমণ সেয়েহে অনুৰাগীৰ মাজত অতি আকৰ্ষণৰ বিষয় হৈ পৰিছিল।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd