• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত খ্ৰীষ্টিয়ান ধৰ্মযাজক পোপ ফ্ৰান্সিছঃ সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2025 10:25 am
83
VIEWS
Share on FacebookShare on Twitter

খ্ৰীষ্টিয়ান ধৰ্মযাজক পোপ ফ্ৰান্সিছৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি শনিবাৰে ভেটিকানে নিশ্চিত কৰিছে। জানিব পৰা মতে, খ্ৰীষ্টিয়ান ধৰ্মযাজকজন দীৰ্ঘদিন ধৰি হাঁপানীত আক্ৰান্ত আৰু এতিয়া তেখেত পূৰ্বৰ তুলনাত অধিক অসুস্থ।

ৰয়টাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি বৰ্তমান ডাবল নিউমোনিয়াত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকা ৮৭ বছৰীয়া পোপগৰাকীয়ে ইয়াৰ সঁহাৰি জনাইছে যদিও স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ে আছে।

ভেটিকানে এক বিবৃতিত কয় যে, ‘আজি পুৱা পোপ ফ্ৰান্সিছে দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত সমস্যা পাইছিল, যাৰ বাবে উচ্চ প্ৰবাহৰ অক্সিজেনৰো প্ৰয়োজন হৈছিল আৰু দৈনিক তেজৰ পৰীক্ষাত ৰক্তহীনতাৰ কথাও পোহৰলৈ আহিছিল।’

ইফালে চিকিৎসকে সকীয়াই দিছে যে ফ্ৰান্সিছৰ সন্মুখত থকা মূল ভাবুকি হ’ব চেপ্চিছৰ আৰম্ভণি, যিটো তেজৰ গুৰুতৰ সংক্ৰমণ যিটো নিউমোনিয়াৰ জটিলতা হিচাপে হ’ব পাৰে।

ইয়াৰ বাহিৰেও চিকিৎসকে কয় যে ফ্ৰান্সিছৰ আৰোগ্য হ’বলৈ সময় লাগিব আৰু যিয়েই নহওক কিয় তেওঁ এতিয়াও ভেটিকানলৈ উভতি আহি নিজৰ দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৈতেই জীয়াই থাকিব লাগিব।

Recent News

গুৱাহাটীত গ্ৰেপ্তাৰ পত্নীক হত্যাৰ অভিযোগত অভিযুক্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ষ্টেচন মাষ্টৰ

গুৱাহাটীত গ্ৰেপ্তাৰ পত্নীক হত্যাৰ অভিযোগত অভিযুক্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ষ্টেচন মাষ্টৰ

হাঁহৰ মাংস ৰান্ধিবলৈ নস্যাৎ কৰা বাবে বন্ধুৱে গুলীয়ালে বন্ধুক! অসমৰ ক’ত সংঘটিত হ’ল এই কাণ্ড?

হাঁহৰ মাংস ৰান্ধিবলৈ নস্যাৎ কৰা বাবে বন্ধুৱে গুলীয়ালে বন্ধুক! অসমৰ ক’ত সংঘটিত হ’ল এই কাণ্ড?

চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী জ্যোতিশিখা চৌধুৰীৰ বিয়োগ, গুণমুগ্ধৰ মাজত শোকৰ ছাঁ

চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী জ্যোতিশিখা চৌধুৰীৰ বিয়োগ, গুণমুগ্ধৰ মাজত শোকৰ ছাঁ

হানিমুন মাৰ্ডাৰ কাণ্ড! ষড়যন্ত্ৰত সোণমৰ পৰিয়ালো জড়িত; চিবিআইৰ তদন্ত দাবী ৰাজাৰ ভাতৃৰ

হানিমুন মাৰ্ডাৰ কাণ্ড! ষড়যন্ত্ৰত সোণমৰ পৰিয়ালো জড়িত; চিবিআইৰ তদন্ত দাবী ৰাজাৰ ভাতৃৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd