• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক উভতি ধৰিলে অসমৰ জনপ্ৰিয় অভিনেতা অতুল পাচনিয়ে

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
January 6, 2021 7:47 pm
VideoCapture_20210106-183619
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এচাম লোকে জাতি-ধৰ্মৰ নামত আমাৰ সমাজখনক ভাগ-ভাগ কৰি ৰাজনৈতিক অথবা নিজস্ব ন্যস্ত স্বাৰ্থ সিদ্ধি কৰাৰ অপচেষ্টা চলাই থকাৰ সময়তে নগাঁও জিলাৰ পুৰণিগুদামৰ এক অনুষ্ঠানত উপস্থিত থকা অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিয়ে উভতি ধৰিলে অপ্ৰাসংগিক কথাৰে বিভিন্ন সময়ত বহুল বিতৰ্কৰ সূচনা কৰি সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা তথাকথিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক।

বিগত ২০২০ বৰ্ষত স্থাপন হোৱা পুৰণিগুদামৰ মিকিৰহাটস্থিত ‘পুৰণিগুদাম কলংপাৰ জাতীয় বিদ্যালয়’ৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বুধবাৰে অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি শেষত সংবাদ মাধ্যমৰ সন্মুখত বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে অভিনেতা অতুল পাচনিয়ে।

ভাৰতৰ দৰে এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশত সকলোৰে মাজত ব্ৰতী থকা ভাতৃত্ববোধৰ মধুৰ সম্পৰ্কত মোক্ষম আঘাত সানিছে বুলি মন্তব্য কৰি সত্যৰঞ্জন বৰাই বিশেষ ধৰ্মাৱলম্বী তথা সম্প্ৰদায়ৰ বিৰুদ্ধে শেহতীয়াকৈ কৰি অহা ইতিকিং সূচক মন্তব্যক গৰিহণা দি বিতৰ্কিত নেতাগৰাকীৰ বিৰুদ্ধে সৰব হোৱা দেখা গ’ল অভিনেতাগৰাকীক।

সমাজখনক ছিন্ন-বিচ্ছিন্ন কৰিবলৈ চেষ্টা নকৰিবলৈ অথবা তেনে অহেতুক মন্তব্য কৰাৰ পৰা সত্যৰঞ্জন বৰাক বিৰত থাকবলৈও পৰামৰ্শ দিছে অভিনেতা অতুল পাচনিয়ে। অন্যথা সময়ে কেতিয়াও সত্যৰঞ্জন বৰাক ৰেহাই নিদিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে বিতৰ্কিত নেতাগৰাকীক সোঁৱৰাই অতুল পাচনিয়ে।

ইফালে পুৰণিগুদামৰ বিশিষ্ট শিক্ষাবিদ, জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ ফনীন্দ্ৰ নাথ গায়নৰ সভাপতিত্বত, শিক্ষয়ত্ৰী শেৱালি বৰুৱা আৰু ববিতা গোস্বামীয়ে আঁত ধৰা সভাখনত তথা জ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী পুলিন হাজৰিকা, বিশিষ্ট কবি-গল্পকাৰ কৃষ্ণ গোস্বামীসহ অঞ্চলটোৰ বহুকেইজন গণ্য-মান্য ব্যক্তি, শিক্ষক-শিক্ষয়ত্ৰী-অভিভাৱক আৰু প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতত অনুষ্টুপীয়াকৈ অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিভিন্ন তত্বগধুৰ বিষয় ব্যংগাত্মকভাবে প্ৰকাশ কৰি শিশুসকলৰ মাজত বিভিন্ন দিশত সজাগতা সৃষ্টি প্ৰয়াস কৰা দেখা গ’ল অনুষ্ঠানটোৰ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা প্ৰৱীণ জনপ্ৰিয় শিল্পীগৰাকীক।

ঐতিহ্যমণ্ডিত ঠাইৰ এটি পবিত্ৰ শিক্ষানুষ্ঠান হোৱাৰ হেতুকে প্ৰতিবছৰে ৬ জানুৱাৰী তাৰিখে পুৰণিগুদাম কলংপাৰ জাতীয় বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত জ্যেষ্ঠ অভিনেতাগৰাকীয়ে উপস্থিত থাকিব বুলিও ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে অভিনেতাগৰাকীয়ে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd