• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“শাস্তি লাঘৱ”ৰে শিল্পী জুবিন গাৰ্গক দোষী সাব্যস্ত আদালতৰ; ২০ হাজাৰ টকাৰ জৰিমনা

জৰিমনা বঢ়াই কাৰাবাসৰ পৰা ৰেহাইৰে শাস্তি লাঘৱ কৰিলে জুবিনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2019 11:31 am
zubeen-garg-hd-photo

জুবিন গাৰ্গৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

2k
VIEWS
Share on FacebookShare on Twitter

জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাৰ পুত্ৰক প্ৰহাৰ কৰাৰ গোচৰটোত আজি কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে।

অৱশ্যে এই শাস্তিৰ জৰিয়তে প্ৰকৃততে জুবিনক ৰেহাইহে দিয়ে আদালতে।

২০১৩ চনৰে ঘটনাটোৰ বিচাৰত পূৰ্বে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৫ হাজাৰ টকাৰ জৰিমনা আৰু ৩ মাহৰ কাৰাদণ্ডৰ ৰায় দিছিল।

এতিয়া কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়টোৰ জৰিয়তে সেই শাস্তি লাঘৱ হ’ল। জৰিমনা ২০ হাজাৰ টকালৈ বৃদ্ধিৰে কাৰাদণ্ডৰ পৰা ৰেহাই পালে জনপ্ৰিয় শিল্পীগৰাকীয়ে।

অৱশ্যে আদালতে ইয়াৰ লগতে জুবিনৰ পৰা সদাচাৰৰ প্ৰতিশ্ৰুতি বিচাৰে। তাৰ বাবে গোচৰটোৰ ৰায়ত আদালতে বান্ধি দিছে কিছুমান নীতি-নিৰ্দেশনা।

সেই অনুসৰি শিল্পীজনে দুবছৰলৈ কোনো ধৰণৰ আইন উলংঘাৰ কাম কৰিব নোৱাৰিব বা নকৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব ন্যায়ালয়ক।

উল্লেখযোগ্য যে ২০১৩ চনৰ উক্ত ঘটনাটোত শিল্পীজনে ৰাতি জু-ৰ’ডত অধিবক্তাজনৰ কিশোৰ পুত্ৰক চৰিয়াইছিল। পিছত এই লৈ বিতৰ্কৰ সৃষ্টি হোৱাত শাসনৰ বাবেহে সেই কাম কৰা বুলি যুক্তি দিছিল জুবিনে। দেউতাক অৰূপ বৰবৰাই গোচৰ তৰিছিল শিল্পীজনৰ বিৰুদ্ধে।

Recent News

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd