• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোভিডৰ ২য় ঢৌৱে হ্ৰাস কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা : আন্তৰ্জাতিক সমীক্ষাৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2021 1:49 pm
PM Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ প্ৰথমটো ঢৌত নিজকে বিশ্ব গুৰুলৈ ৰূপান্তৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা থকা দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ক্ৰমশঃ হ্ৰাস পাইছে। এই তথ্য পোহৰলৈ আহিছে আন্তৰ্জাতিক সংস্থাৰ সমীক্ষাত।

উল্লেখ্য যে দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপ প্ৰকট কৰাৰ সমান্তৰালভাৱে কোভিড পৰিস্থিতি নিয়্ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি সমগ্ৰ বিশ্বৰে ককৰ্থনা খাব লগা হৈছে বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতে।

কৰোনাৰ প্ৰথমটো ঢৌত প্ৰশংসাৰে উপচাই পেলোৱা বহু ৰাষ্ট্ৰই দ্বিতীয়টো ঢৌৰ কৰোনাৰ সংক্ৰমণৰ বাবে মোদী চৰকাৰকেই দায়ী কৰি চুপাৰ স্প্ৰেডাৰ বুলিও অভিহিত কৰা পৰিলক্ষিত হৈছে।

বিশেষকৈ দেশত কৰোনাৰ দ্বিতীয়টো ষ্ট্ৰেইন ধৰা পৰাৰ পিছতো ৰাজনৈতিক সমাৱেশ আৰু কুম্ভমেলাৰ দৰে বৃহৎ গণ সমাৱেশ আয়োজন কৰি আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ককৰ্থনাৰ সন্মুখীন হৈছে মোদী চৰকাৰ।

ঠিক তেনে সময়তে আমেৰিকাৰ মৰ্নিং কনচাল্ট নামৰ সংস্থাটোৱে চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হোৰাহোৰে হ্ৰাস পাইছে।

বিশ্ব বহু ৰাষ্ট্ৰনেতাৰ জনপ্ৰিয়তা তথা উত্থান পতনৰ সমীক্ষা চলোৱা এই আন্তৰ্জাতিক সংস্থাটোৰ সমীক্ষাত ২০১৯ চনত শীৰ্ষফালে আছিল নৰেন্দ্ৰ মোদীৰ স্থান। কিন্তু মংগলবাৰে প্ৰকাশিত সংস্থাটোৰ সমীক্ষাত এইবাৰ মোদীৰ সূচাংক ২২ পইণ্ট নিম্নগামী হৈছে।

বিগত সপ্তাহত মোদীৰ সূচক হৈছে ৬৩ শতাংশ। সংস্থাটোৰ মতে ২০১৯ চনৰ পৰা এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ সৰ্বনিম্ন স্ক’ৰ।

ইফালে আন এটা আন্তৰ্জাতিক সংস্থাৰ সমীক্ষাৰ মতেও মোদীয়ে জনপ্ৰিয়তা হেৰুৱাইছে। ইউগভ নামৰ সংস্থাটোৰ সমীক্ষাৰ মতে মোদীৰ সপক্ষে পূৰ্বৰ ৮৯ শতাংশৰ বিপৰীতে এইবাৰৰ ৫৯ শতাংশলৈ হ্ৰাস হৈছে মোদীৰ জনপ্ৰিয়তা।

কোভিডৰ দ্বিতীয় ঢৌৰ চুপাৰ স্প্ৰেডাৰ বুলি আখ্যা লাভ কৰাৰ সমান্তৰালভাৱে অক্সিজেন, আইচিইউৰ বিচনা, ঔষধ, ভোকচিন আদিৰ যোগানত ব্যৰ্থ হোৱাৰ বাবেই মোদীৰ জনপ্ৰিয়াত হ্ৰাস হোৱা বুলি প্ৰকাশ পাইছে সমীক্ষাত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd