• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৰংগ সংযোগ ব্যাহত হোৱা বাবে POK ত প্ৰৱেশ কৰিছিল অভিনন্দনৰ যুদ্ধ বিমান; DRDO ই ল’লে এই বৃহৎ পদক্ষেপ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2019 12:43 pm
abhinandan

উয়িং কামাণ্ডাৰ অভিনন্দন

2.8k
VIEWS
Share on FacebookShare on Twitter

পুলুৱামাত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত যেতিয়া ভাৰতে পাকিস্তানৰ বালাকোটত এয়াৰ ষ্ট্ৰাইক কৰিছিল সেই সময়ত ভাৰতৰ এখন যুদ্ধ বিমান পাক অধীকৃত কাশ্মীৰত ভূপতিত হৈছিল আৰু সেই বিমানখনতে উয়িং কামাণ্ডাৰ অভিনন্দন বৰ্থমান আছিল।

পৰৱৰ্তী সময়ত অভিনন্দনক ভাৰতৰ হাতত পাকিস্তানে গটাই দিবলৈ বাধ্য হৈছিল।

বালাকোট আক্ৰমণৰ পাছত বায়ু সেনা বাহিনীয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ক দাখিল কৰা বিস্তাৰিত প্ৰতিবেদনত অভিনন্দনৰ মিগ বিমানখনৰ তৰংগ সংযোগ ব্যাহত হোৱাৰ তথ্য সংলগ্ন কৰা হৈছে।

তৰংগ সংযোগ ব্যাহত হোৱাৰ বাবে অভিনন্দনে চলাই থকা যুদ্ধ বিমানখনৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিছিন্ন হৈ পৰিছিল আৰু অভিনন্দন পাকিস্তানৰ সীমাৰ ভিতৰত প্ৰবেশ কৰিছিল।

প্ৰতিবেদনখনত ভবিষ্যতে এনেধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত হ’ব নোৱাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

বায়ু সেনা বাহিনীৰ প্ৰতিবেদনৰ পাছতে কেন্দ্ৰ চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে পুনৰ তেনেধৰণৰ ঘটনা সংঘটিত নহবৰ বাবে অত্যাধুনিক ছফ্টৱেৰ বনোৱাৰ দায়িত্ব DRDO ক অৰ্পন কৰিছে।

এতিয়া DRDO ৰ বিজ্ঞানী সকলে যুদ্ধ বিমানৰ পাইলট আৰু নিয়ন্ত্ৰণ কক্ষৰ সৈতে তৰংগ সংযোগ ব্যাহত নহোৱা নতুন প্ৰযু্ক্তি উদ্ভাৱন কৰিব যাৰ ফলত ভবিষ্যতে কেতিয়াও ভাৰতীয় যুদ্ধ বিমানে অজানিতে বেলেগ ৰাষ্ট্ৰৰ চক্ৰবেহুত প্ৰৱেশ কৰিবলগীয়া নহয়।

Recent News

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd