• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

#PostponeJEE_NEET ৰ ধুমুহা: পুনৰ পিচুৱাব পাৰে জে ই ই, নীট-২০২০

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2020 6:22 pm
exam 123
336
VIEWS
Share on FacebookShare on Twitter

ধুমুহাৰ গতিৰে দেশত সংক্ৰমিত হৈছে কাল ভাইৰাছ ক’ৰ’ণা ভাইৰাছ।

এনে পৰিস্থিতিত কিছুদিন পিছতে অনুষ্ঠিত হ’ব লগীয়া জে ই ই নীট-২০২০ পৰীক্ষাত বহিবলৈ অস্বীকাৰ কৰিছে লাখ লাখ পৰীক্ষাৰ্থীয়ে।

চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে জে ই ই মেইন-২০২০ চলিত বৰ্ষৰ ১ ছেপ্তেম্বৰৰ পৰা ৬ ছেপ্তেম্বৰলৈ অনুষ্ঠিত কৰা হ’ব।

একেদৰে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীট-২০২০ অনুষ্ঠিত কৰা হ’ব ১৩ ছেপ্তেম্বৰত।

নীট আৰু জে ই ই অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে পূৰ্বৰ স্থিতিকে বাহাল ৰখাৰ সময়তে ছ’চিয়েল মিডিয়াত ক’ৰ’ণাতংকৰ বাবেই নীট আৰু জে ই ই স্থগিত ৰখাৰ দাবীৰে একাংশ শিক্ষাৰ্থীয়ে আৰম্ভ কৰা #PostponeJEE_NEET অভিযানলৈ সমৰ্থন জনাইছে লাখ লাখ শিক্ষাৰ্থীয়ে।

ছ’চিয়েল মিডিয়াত চলা এনে অভিযান সন্দৰ্ভত চৰকাৰে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংকে শেহতীয়াকৈ এই বুলি কৈছে যে দেলত ক’ৰ’ণাৰ সংক্ৰমণ কমক চাৰি বাঢ়িছেহে।

এনে পৰিস্থিতিত চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি অধিক সচেতন হৈছে।

শিক্ষা মন্ত্ৰী গৰাকীৰ এনে মন্তব্যৰ পৰা এটা কথাৰ ইংগিত পোৱা গৈছে যে নীট আৰু জে ই ই -২০২০ হয়তো পুনৰ পিছুৱাব পাৰে।

Recent News

বিগত ১০ বছৰত চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে ১২ লাখ কোটি টকাৰ ঋণ! সংসদত কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

বিগত ১০ বছৰত চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে ১২ লাখ কোটি টকাৰ ঋণ! সংসদত কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

১০০ বছৰ নহয়, মানুহে ইচ্ছা কৰিলে ২০০ বছৰলৈকে জীয়াই থাকিব পাৰে’ : এই দাবী বাবা ৰামদেৱেৰ

১০০ বছৰ নহয়, মানুহে ইচ্ছা কৰিলে ২০০ বছৰলৈকে জীয়াই থাকিব পাৰে’ : এই দাবী বাবা ৰামদেৱেৰ

আদাৰ আছে অনেক উপকাৰিতা : জানো আহক

আদাৰ আছে অনেক উপকাৰিতা : জানো আহক

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd