• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহথলীত নুমাল বৈদ্যুতিক বাল্ব: পৰপুৰুষৰ লগতে বিবাহত বহিল কন্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2022 12:28 pm
Brides Almost Marry Wrong Grooms
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদ্যুতৰ অনিয়মীয়া যোগানে প্ৰায়ে জনসাধাৰণক বিপাঙত পেলায়। কোনো প্ৰয়োজনীয় কামৰ সময়ত বিদ্যুৎ কৰ্তনে সুচাৰুৰূপে কৰ্ম সম্পাদনত যথেষ্ট বাধা দিয়ে।

পিছে বিদ্যুৎ কৰ্তনৰ ফলত দেখা দিয়া এটা বিশেষ ঘটনাইহে এতিয়া হাঁহিৰ খোৰাক যোগাইছে। এই ঘটনা ঘটিছে মধ্য প্ৰদেশত।

মধ্য প্ৰদেশৰ আছলানা নামৰ এখন গাঁৱত বিদ্যুৎ কৰ্তনৰ ফলত দুগৰাকী কইনা ভুল পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পৰা কথমপি ৰক্ষা পৰে।

গাঁওখনৰ বাসিন্দা ৰমেশ ভীৱাৰে তেওঁৰ তিনিগৰাকী কন্যা- নিকিতা, কৰিশ্মা আৰু কোমলৰ একেদিনাই একে স্থানতে বিবাহৰ আয়োজন কৰিছিল।

নিকিতাই ভোলা নামৰ এজন ব্যক্তিৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰিৱৰ্তে কৰিশ্মাৰ বিয়া গণেশ নামৰ এজন যুৱকৰ সৈতে ঠিক কৰা হৈছিল।

পিছে বিবাহৰ সামাজিক ৰীতি মতে অনুষ্ঠান চলি থকাৰ সময়তে হঠাৎ বিদ্যুৎ কৰ্তনে বিবাহথলীত অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।

আন্ধাৰৰ মাজতে বিবাহৰ কাৰ্যসূচী চলায় নিয়ে পুৰোহিতে। পিছে তেনে সময়তে পুনৰ বিদ্যুৎ সংযোগ ঘূৰি অহাত চকু কপালত উঠে বিবাহথলীত সমবেত ৰাইজৰ।

অন্ধকাৰৰ মাজতে দুই দৰা ভোলা আৰু গণেশে ভুলবশতঃ ইজনে সিজনৰ কইনাৰ সৈতে সামাজিক ৰীতি অনুসৰি অগ্নিৰ চাৰিওফালে পদক্ষিন কৰা দেখি হতবাক হৈ পৰে সকলো।

আনহাতে ভুলতে পৰস্ত্ৰী-পৰপুৰুষৰ সৈতে বিবাহত বহা দেখি হতবাক হৈ পৰে খোদ দৰা-কইনাও।

অৱশ্যে ৰীতি অনুসৰি জুইৰ চাৰিওফালে সাত পাক সম্পূৰ্ণ নোহোৱাৰ বাবে ভুলতে স্বামী-স্ত্ৰী হোৱাৰ পৰা ৰক্ষা পৰে আটাইকেইজন বিবাহপ্ৰাৰ্থী।

ভুল ধৰিব পাৰি সঠিক দম্পতীসকলক পুনৰ মিলাই দিয়া হয় আৰু বিবাহৰ ৰীতি-নীতি সঠিকভাৱে সম্পূৰ্ণ কৰা হয়।

দুয়োগৰাকী কইনাই একে ধৰণৰ পোছাক পিন্ধাৰ বাবে অন্ধকাৰৰ মাজত এই বিভ্ৰান্তি সংঘটিত হৈছিল বুলি তেওঁলোকে সদৰি কৰে।

সম্প্ৰতি এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত ব্যাপক হাস্যৰসৰ যোগান ধৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd