• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধৰ দামামা! আমেৰিকান নাগৰিকসকলক শীঘ্ৰে ইউক্ৰেইন ত্যাগ কৰাৰ নিৰ্দেশ জো বিডেনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2022 12:57 pm
Jo biden asks Americans
180
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত উত্তেজনাই চৰম পৰ্যায় পাইছে। তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে আমেৰিকান নাগৰিকসকলক শীঘ্ৰেই ইউক্ৰেইন ত্যাগ কৰাৰ নিৰ্দেশ দিছে।

বিডেনে কয়,’’ ইউক্ৰেইন-ৰাছিয়াৰ উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছে। এনে পৰিস্থিতিত আমেৰিকাৰ নাগৰিকসকলে শীঘ্ৰে ইউক্ৰেইন ত্যাগ কৰা উচিত। কিয়নো ৰাছিয়াৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলালে আমেৰিকাৰ নাগৰিকসকলক উদ্ধাৰৰ বাবে আমেৰিকাই কোনো সেনা নপঠিয়ায়।‘’

ইপিনে, কৃষ্ণ সাগৰ আৰু আজৱ সাগৰত ইউক্ৰেইনৰ নৌ চলাচলৰ পথ ৰাছিয়াই বন্ধ কৰি দিয়া বুলি ইউক্ৰেইনে অভিযোগ উত্থাপন কৰাৰ পাছতে উত্তেজনা শীৰ্ষত উপনীত হৈছে।

লগতে পঢ়ক: উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখতে দুৰ্বৃত্তই জ্বলাই দিলে জব্দ কৰা চুপাৰিভৰ্তি ট্ৰাক

আজৱ সাগৰ ৰাছিয়াই সম্পূৰ্ণ অৱৰোধ কৰি ৰখা বুলি অভিযোগ তুলিছে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিত্ৰি কুলেবায়। সেইদৰে কৃষ্ণ সাগৰো ইউক্ৰেইনৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি তোলা হৈছে বুলি কোৱা হৈছে।

অহা সপ্তাহত ৰাছিয়াই অভূতপূৰ্বভাৱে বিস্তীৰ্ণ অঞ্চলজুৰি নৌ বাহিনীৰ অনুশীলন চলাব যাৰ বাবে সাগৰত নৌ চলাচল বন্ধ হৈ পৰিব।

আনহাতে, ইউক্ৰেইন ইচ্ছ্যুত পশ্চিমৰ বিশ্বৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ৰাছিয়াই সম্প্ৰতি চুবুৰীয়া দেশ বেলাৰুছৰ সৈতে বৃহৎ সামৰিক অনুশীলন আৰম্ভ কৰিছে। বেলাৰুছ হৈছে ৰাছিয়াৰ ঘনিষ্ঠ মিত্ৰ দেশ। তদুপৰি, এই দেশখনৰ ইউক্ৰেইনৰ সৈতে দীঘলীয়া সীমান্তও আছে।

লগতে পঢ়ক: ধন্যবাদ জনাই পঠাব লাগিব পত্ৰ; প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহত ৰাখিব লাগিব মোদীৰ ফটো! নতুন নিৰ্দেশনা

ফ্ৰান্সে দেশ দুখনৰ মাজৰ সামৰিক অনুশীলনক ‘হিংসাৰ ইংগিত’ বুলি অবিহিত কৰিছে। ইউক্ৰেইনেও ইয়াক মানসিক চাপ সৃষ্টিৰ প্ৰয়াস বুলি উল্লেখ কৰিছে।

বেলাৰুছৰ সৈতে দহদিনীয়া এই সামৰিক অনুশীলনৰ অংশ হিচাপে ইউক্ৰেইনৰ দক্ষিণত থকা কৃষ্ণ সাগৰ আৰু আজৱ সাগৰত অহা সপ্তাহত ৰাছিয়াই নৌ সেনাৰ আখৰা চলাব। এই অনুশীলনৰ সময়ত ক্ষেপনাস্ত্ৰ তথা আন গধূৰ অস্ত্ৰ-শস্ত্ৰৰ পৰীক্ষণ চলোৱা হ’ব।                       

Recent News

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd