• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বৰ্ণকন্যা হিমাৰ সাফল্যত ৰাষ্ট্ৰপতিকে ধৰি দেশৰ তাৰকা-মহাতাৰকাৰ শুভেচ্ছা

by
July 22, 2019 9:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটোৰ পিছত সিটো একেলেঠাৰিয়ে তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ সোণৰ পদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা হিমা দাসক দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, বলীউডৰ তাৰকা, ক্ৰিকেটাৰ আদি সকলোৱে টুইটাৰৰ জৰিয়তে অভিনন্দন জনাইছে।

দৌৰ ৰাণী হিমা দাসক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২১ জুলাইত টুইটাৰ যোগে অসমীয়া ভাষাতে অভিনন্দন জনায়। টুইটাৰৰ জৰিয়তে হিমাই নিজৰ সফলতাৰ ধাৰা অব্যাহত ৰাখি ২০২০ চনৰ অলিম্পিকত ভাৰতৰ বাবে বিজয়বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

তিনি সপ্তাহত পাঁচটা স্বৰ্ণ পদক! হিমা দাস, এয়া সঁচাকৈয়ে দুৰ্দান্ত প্ৰদৰ্শন। তুমি এনেদৰেই দুৰন্ত গতিৰে আগুৱাই যোৱা আৰু জিলিকি থাকা। তোমাৰ এই সফলতাই ২০২০ চনৰ অলিম্পিকত ভাৰতৰ বাবে বিজয়বাৰ্তা কঢ়িয়াই আনক, তাৰেই কামনা কৰিছোঁ- ৰাষ্ট্ৰপতি কোৱিন্দ@HimaDas8

— President of India (@rashtrapatibhvn) July 21, 2019

পিছত হিমা দাসেও টুইটাৰৰ জৰিয়তে ৰাষ্ট্ৰপতি গৰাকীয়ে জনোৱা এই অভিনন্দনৰ বাবে অসমীয়া ভাষাতে ধন্যবাদসূচক মন্তব্য আগবঢ়ায়।

একেদৰে দেশৰ প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দৌৰ ৰাণী হিমা দাসক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনগাত দিনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

India is very proud of @HimaDas8’s phenomenal achievements over the last few days. Everyone is absolutely delighted that she has brought home five medals in various tournaments. Congratulations to her and best wishes for her future endeavours.

— Narendra Modi (@narendramodi) July 21, 2019

ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি শচীন টেণ্ডুলকাৰেও হিমা দাসক ফোন যোগে শুভেচ্ছা জনোৱাৰ লগতে টুইটাৰ জৰিয়তেও শুভেচ্ছা জনায়।

Loving the way you have been running in the European circuit over the last 19 days.
Your hunger to win and perseverance is an inspiration for the youth.
Congrats on your 5 ? Medals!
All the best for the future races, @HimaDas8. pic.twitter.com/kaVdsB1AjZ

— Sachin Tendulkar (@sachin_rt) July 21, 2019

তাৰোপৰি কিৰেণ ৰিজিজু , ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুকে ধৰি আৰু বিভিন্নজনে হিমাক অভিনন্দন জ্ঞাপন কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am
তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd