• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

by
July 2, 2025 9:00 pm
47
VIEWS
Share on FacebookShare on Twitter

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগতচিপিআই(এম)ৰ সংবাদমেল সম্বোধন কৰে ৰাজ‍্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে, উপস্থিত থাকে কেন্দ্ৰীয় কমিটিৰ সদস‍্য ইছফাকুৰ ৰহমান, ৰাজ‍্যিক সম্পাদকমণ্ডলীৰ সদস‍্য নয়ন ভূঞা আৰু নিৰংকুশ নাথ উপস্থি্ত থাকে।

ৰাজ‍্যত চলিছে গীৰ গাইৰ তথ‍্য বিভ্ৰাট-সত্য তথ‍্য কোনটো?——

১/ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মৎসপালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পৰুষোত্তম ৰুপালাৰ উপস্থিতিত স্বাক্ষৰিত হয় বুজাবুজি চুক্তি (MOU)—NDDB আৰু অসম চৰকাৰৰ মাজত ৭ জানুৱাৰী ২০২২ত ।অসমলৈ ১৫০০০ গীৰগাই অনাৰ পৰিকল্পনা। তাৰে ৫০০০ ৰ প্ৰাথমিকভাৱে গৰুখুটিৰ বাবে।

২/ আৰটিআই-ৰ তথ্য মতে ২৫ নৱেম্বৰ, ২০২১ ত ৯৮ জনী গাই অনা হয়।আন এক আৰটিআই ৰ তথ্য মতে জানুৱাৰী ১৮, ২০২ত ২৪ জনী গীৰ গাই আৰু এটা বলধ অনা হয়।

৩/ মন্ত্ৰী অতুল বৰাৰ বিধান সভাৰ মজিয়াত উত্তৰ—১৪ মাৰ্চ ২০২৩ ত।চৰকাৰে ২০২১ ৰ নবেম্বৰ ডিচেম্বৰত ১২২ জনী গীৰ গাই ক্ৰয় কৰিছে।তাৰে ৫৭ জনীৰ প্ৰসৱৰ ফলত মুঠ গৰু হয় ১৭৬ জনী।

৪/ ১৯ ফেব্ৰুৱাৰী ২০২৪ত গৰুখুটি প্ৰকল্পৰ পশুপালন নডেল বিষয়াই দিয়া তথ্য মতে ৩০০ গীৰগাই NDDBৰ পৰা ক্ৰয় কৰিছে।তাৰে ২১০ জনী প্ৰকল্পলৈ অনা হয় ৩ এপ্ৰিল ২০২৩ত। ৯০জনী ‘কৃষক’ৰ মাজত জনপ্ৰতিনিধিৰ জৰিয়তে বিতৰণ। ৫৬ জনী মৃত্যু হয়।

৫/ ২০২২ চনত অসম বিধান সভাত ১৪ মাৰ্চত বাজেট অধিৱেশনৰ ৰাজ্যপালৰ ভাষণত প্ৰকাশ হৈছিল যে ১০৮ জনী গীৰগাই অনা হৈছে।The Sentinel,News 18 Assam,Pratidin Time,Prag News আদিত ২০২১ চনৰ ২৫ নবেম্বৰতো এই তথ্য প্ৰকাশ হৈছে।

৬/ প্ৰকল্পৰ জ্যষ্ঠ বিষয়া যুগব্ৰত নাথৰ অনুসৰি গৰুখুটি প্ৰকল্পত বৰ্তমান আছে ১৩০ টা পোৱালীসহ ২১০ জনী গীৰ গাই।

গীৰ গাই ক্ৰয়-বিক্ৰয়ৰ উপৰি দুগ্ধ উন্নয়নৰ নামত ৰাজসাহায্য প্ৰদানৰ আৰু গৰুখুঁটি প্ৰকল্পৰ সমস্ত কেলেংকাৰিৰ বৰ্তমান কৰ্মৰত অথবা অৱসৰপ্ৰাপ্ত ন‍্যায়াধীশৰ দ্বাৰা সময় নিৰ্ধাৰিত ন‍্যায়িক তদন্তৰ দাবী লগতে দাবী জয়ন্ত মল্ল বৰুৱাক মন্ত্রী সভাৰ পৰা অপসাৰণ কৰি পৰিয়ালৰ আয় আৰু সম্পত্তিৰ সামঞ্জস‍্যহীনতাৰ ন‍্যয়িক তদন্তৰ

জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ফাৰ্মৰ আয় ২০২০ চনত ১ লাখ ১৯ৰ পৰা ৭৭ লাখ টকালৈ বৃদ্ধি; ফাৰ্ম ক’লা টকা বগা কৰাৰ মাধ‍্যম হিচাপে ব‍্যৱহাৰ কৰাৰ সন্দেহ; জলজীৱন মিছনৰ পৰা আহৰণ কৰা ক’লা টকা বগা কৰা হৈছে। ৪ জুলাইত হ’ব ৰাজ‍্যজুৰি প্ৰতিবাদ।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd