• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2025 2:58 pm
অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ ব্যৱসায়ী গোপাল খেমকাৰ হত্যাকাণ্ডৰ ৰহস্য এতিয়াও উন্মোচন হোৱা নাই। তাৰমাজতে বিহাৰত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা। দেওবাৰে সন্ধিয়া ৰাজহুৱা স্থানত এজন ব্যক্তিগত বিদ্যালয়ৰ মালিকক গুলীয়াই হত্যা কৰা হয়। বিহাৰৰ পাটনাৰ খগৌল অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে সন্ধিয়া খগৌলৰ ডি এ ভি স্কুলৰ সন্মুখত অচিনাক্ত দুষ্কৃতিকাৰীয়ে অজিত কুমাৰ নামৰ এজন ব্যক্তিক গুলীয়াই হত্যা কৰে। তেওঁৰ বয়স প্ৰায় ৫০ বছৰ। তেওঁ বিহাৰৰ মুস্তাফাপুৰ অঞ্চলৰ বাসিন্দা।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অজিত কুমাৰে পাটনাত এখন বিদ্যালয় চলায়। দেওবাৰে মটৰবাইক চলাই দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰি পলায়ন কৰে। অজিতক কোনে বা কিহৰ বাবে হত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অজিত হত্যাৰ সঠিক কাৰণক লৈও বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ততাতয়াকৈ সেই স্থানত উপস্থিত হয়। পাটনা চহৰৰ (পশ্চিম) আৰক্ষী অধীক্ষক ভানু প্ৰতাপ সিঙে জানিবলৈ দিয়া মতে, ফৰেনছিক দলে ঘটনাস্থলীত গৈ প্ৰমাণ সংগ্ৰহ কৰিছে। পাটনা আৰক্ষীয়ে SIT (Special Investigation Team) গঠন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। চাৰিওফালৰ অঞ্চলৰ পৰা চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ প্ৰয়াস কৰা হৈছে।

ধাৰাবাহিক হত্যাকাণ্ডৰ পিছত বিহাৰৰ আইন-শৃংখলা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন হৈছে। সন্মুখত বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে নীতিশ কুমাৰৰ চৰকাৰে এনে ঘটনাত বাবে সমালোচনাৰ সন্মুখীন হৈ আহিছে।

বিৰোধীৰ অভিযোগ যে ৰাজ্যখনৰ ওপৰত নীতিশৰ কোনো নিয়ন্ত্ৰণ নাই। উল্লেখ্য যে  ব্যৱসায়ী গোপাল খেমকাৰ হত্যাকাণ্ডৰ প্ৰসংগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰক দেশৰ ‘অপৰাধৰ ৰাজধানী’ বুলি অভিহিত কৰে। তাৰমাজতে পুনৰ আন এক হত্যাকাণ্ডই স্বাভাৱিকতে চৰকাৰৰ অস্বস্তি বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

August 28, 2025 12:52 pm
৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

August 28, 2025 12:52 pm
৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd