• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হংকঙৰ ৰাজপথত স্বাধীনতাকামী প্ৰতিবাদকাৰীয়ে চীন বিৰোধী শ্লোগান দি উৰুৱালে ভাৰতীয় জাতীয় পতাকা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 2, 2020 11:54 am
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

382
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে চীনৰ নেশ্যনেল ডে হলিডেৰ সময়ত হংকঙৰ স্বাধীনতাকামী জনতাই হংকঙৰ ৰাজপথত ভাৰতীয় জাতীয় পতাকা উৰুওৱা দেখা গ’ল।

হংকঙৰ স্বাধীনতাকামী প্ৰতিবাদকাৰীয়ে হংকঙৰ ৰাজপথত ভাৰতীয় জাতীয় পতাকা উৰুৱাই ভাৰতৰ সমৰ্থনত শ্লোগান দিয়াৰ বিপৰীতে চীন বিৰোধী ধ্বনি দিয়ে।

ভাৰত-চীনৰ মাজত লাডাখ সীমান্তত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়ত হংকঙৰ ৰাজপথত হংকঙৰ নাগৰিকে ভাৰতীয় জাতীয় পতাকা উৰুওৱাৰ আলোকচ্চিত্ৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এগৰাকী প্ৰতিবাদকাৰীক তেওঁ কিয় ভাৰতীয় পতাকা উৰুৱাইছে এই সম্বন্ধে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভাৰতে চীনৰ বিৰুদ্ধে যুদ্ধ কৰি আছে সেইবাবে ভাৰত আমাৰ বন্ধু।

স্বাধীনতাকামী প্ৰতিবাদকাৰীসকলে হংকঙৰ ৰাজপথত ‘ষ্টেণ্ড উইথ ইণ্ডিয়া’ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

অৱশ্যে হংকঙৰ ৰাজপথত ভাৰতীয় পতাকা উৰুওৱা সম্বন্ধে এইপৰ্যন্ত ভাৰতৰ আৰু চীনৰ চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নায়।

হংকঙৰ নাগৰিক সকলে দীৰ্ঘদিনৰ পৰা চীনৰ পৰা স্বাধীনতা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd