• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীত ‘ইয়ং আইকন অৱ দ্য ইয়েৰ বঁটা’ৰে সন্মানিত স্বৰ্ণশিল্পী উৎপল বণিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2019 10:49 pm
222fdf7d-3176-4be5-ab28-03731785776e

নতুন দিল্লীত কৰিশ্মা কাপুৰৰ পৰা বঁটা গ্ৰহণ কৰিছে স্বৰ্ণশিল্পী উৎপল বণিয়াই। ফটো : নৰ্থইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

মুম্বাই, কলকাতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাৰ আগ্ৰসন, স্বৰ্ণ উদ্যোগত কেঁচা সোণৰ গহনা নামেৰে বৃহৎ পুঁজিপতিৰ বিনিয়োগ আদি বহু কাৰকে অসমৰ স্বৰ্ণ শিল্পী সকলৰ জীৱনলৈ একপ্ৰকাৰ অস্তিত্ব সংকট নমাই আনিছে। কিন্তু এই অন্ধকাৰৰ মাজত অসমীয়া গহনাৰ ক্ষেত্রত নগাঁওৰ উৎপল বণিয়াই কঢ়িয়াই আনিছে এটাৰ পাছত আনটো সাফল্য।

উদ্যমী স্বৰ্ণ শিল্পী গৰাকীয়ে আজি দিল্লীৰ ৰাজকীয় হোটেল ‘ৰেডিছন ব্লু’ত অনুষ্ঠিত “এছিয়া কোৱালিটি এণ্ড  এন্টাৰপ্ৰিনিউৰশ্বিপ এৱাৰ্ড ২০১৯” অনুষ্ঠানত অংশগ্ৰহণ কৰে। বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰে অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত বণিয়াক “ইয়ং আইকন অৱ দ্যা ইয়েৰ”(জুয়েলাৰী ডিজাইনাৰ শিতানত) সন্মানেৰে সন্মানিত কৰে।

উল্লেখযোগ্য যে ২০১৮ বৰ্ষত ‘ডুগডুগী’ৰ স্বত্ত্বাধিকাৰ উৎপল বণিয়ালৈ “ৱৰ্ল্ড কনফেডাৰশ্যন অৱ বিজনেছ” নামৰ আমেৰিকা টেক্সাছৰ হাউছটৰ সংগঠনটোৱে সন্মানীয় বাণিজ্য বঁটা “দ্যা বিজ এৱাৰ্ড” আগবঢ়াইছিল।

তদুপৰি, বিগত বৰ্ষতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ‌‌ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে অংশ গ্ৰহণ কৰা দিল্লীৰ বিজ্ঞান ভৱণত অনুষ্ঠিত নিউ ইণ্ডিয়া কনক্লেভত ৰাজ্যিক গ্ৰাম্য উদ্যোগী ,বাংগালোৰত ইণ্ডিয়ান এচিভাৰ্ছ এৱাৰ্ড সন্মানেৰ সন্মানিত হৈছিল স্বৰ্ণ শিল্পীগৰাকী।

আনহাতে, চাৰিখনকৈ গ্ৰন্থ লিখি সাহিত্য জগততো উৎপল বণিয়াই নিজৰ নাম উজলাই ৰাখিছে আৰু সামাজিক ও সাংস্কৃতিক কৰ্মী হিচাপে নগাঁওত জনপ্ৰিয়তাৰ শিখৰত আছে ৷

উৎপলে সংবাদ মাধ্যমক জনোৱা মতে, ৰাজ্যত আৰম্ভ হোৱা এনে এক বিপ্লৱৰ মাজতে অসমৰ চৌদিশে মুম্বাই, কলকাতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাই ভৰি পৰিছে।

তদুপৰি, অসমীয়া গহনাক  ডুপ্লিকেট কেঁচা সোণ নাম দি দুষ্ট চক্ৰ ব্যৱসায়ীয়ে  বিভিন্ন বিপনী খোলাৰ উপৰিও ছচিয়েল মিডিয়াত চেইন চিষ্টেম ব্যৱসায় আৰম্ভ কৰিছে। ইয়াৰ ফলত অসমীয়া গহনা প্ৰস্তুত কৰা নগাঁওৰ ৰণথলি, বৰপেটা, যোৰহাটৰ থলুৱা ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হোৱাৰ লগতে অস্তিত্বৰ সংকটত ভূগিছে।

Recent News

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd