• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাক্সাত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ্যপালৰ শাসনৰ বাতিলৰ দাবীত টায়াৰ জ্বলাই প্ৰতিবাদ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 29, 2020 8:22 am
IMG-20201028-WA0022
273
VIEWS
Share on FacebookShare on Twitter

বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ্য পালৰ শাসন বাতিলৰ দাবীত তামুলপুৰৰ ৰাজপথত গণ সুৰক্ষা পাৰ্টি আৰু অবড়ো সুৰক্ষা সমিতিৰ টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ কৰে।

বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ্যপালৰ শাসন বাতিল কৰাৰ দাবীত বুধবাৰে সন্ধিয়া গণ সুৰক্ষা পাৰ্টি আৰু অবড়ো সুৰক্ষা সমিতিয়ে তামুলপুৰৰ ৰাজপথ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি তামুলপুৰ উত্তাল কৰি তোলে।

তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত, গণ সুৰক্ষা পাৰ্টী আৰু তামুলপুৰ, দৰঙ্গাজুলি আৰু কাউৰবাহা অবড়ো সুৰক্ষা সমিতিৰ সহযোগত প্ৰতিবাদকাৰীসকলে তামুলপুৰৰ বৰনগৰত ৰঙিয়া-তামুলপুৰ-ভূটান ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ‘বিটিআৰ আমি নামানো, বিটিআৰ বাতিল কৰক, ৰাজ্যপালৰ শাসন বাতিল কৰক, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুচিয়াৰ,  নৰেন্দ্ৰ মোদী লেই লেই ছেই ছেই, হিমন্ত বিশ্বশৰ্মা লেই লেই ছেই ছেই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অবড়ো সুৰক্ষা সমিতি জিন্দাবাদ গণ সুৰক্ষা পাৰ্টী জিন্দাবাদ আদি শ্লোগান দি উত্তাল কৰি তোলে ৰঙিয়া-তামুলপুৰ-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ৷

এই প্ৰতিবাদী কাৰ্যসূচীত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সম্পাদক ভাস্কৰ কলিতা, তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ সভাপতি দুলাল পাটোৱাৰী, তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মুকুট মহন্ত, তামুলপুৰ আঞ্চলিক অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক বিনয় ডেকা, কাউৰবাহা আঞ্চলিক অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক ধনজিৎ কলিতাকে ধৰি অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ শতাধিক নেতা কৰ্মী উপস্থিত থাকে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd