• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলত প্ৰচণ্ড হিংসা; উপ-মুখ্য মন্ত্ৰীৰ ঘৰ, সচিবালয়, ডি চি, এছ পিৰ কাৰ্য্যালয়, থানা, ফায়াৰ ষ্টেইশ্যন ভাঙি চূৰমাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2019 3:27 pm
Arunachal

উন্মত্ত জনতাই জ্বলাই দিয়া উপ-মুখ্য মন্ত্ৰীৰ ঘৰ।

706
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলত ‘খিলঞ্জীয়াৰ অধিকাৰ’ৰ দাবীত ওলাই অহা জনতাই আজি উগ্ৰ ৰূপ ধাৰণ কৰি অভূতপূৰ্ব হিংসাত্মক ঘটনা সংঘটিত কৰিছে।

প্ৰতিবাদ কৰিবলৈ ওলাই অহা উন্মত্ত জনতাই উপ-মুখ্য মন্ত্ৰীৰ বাসগৃহ, উপায়ুক্তৰ কাৰ্য্যালয়, সচিবালয়, আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়, ইটানগৰ থানা, ফায়াৰ ষ্টেইশ্যন ভাঙি চূৰমাৰ কৰে। খোদ মুখ্য মন্ত্ৰীৰ বাসগৃহত আক্ৰমণ কৰে উন্মত্ত জনতাই। উন্মত্ত জনতাক খেদিবলৈ অৰ্ধ-সামৰিক বাহিনী নিয়োগ কৰা হয়। জনতাক ছত্ৰভংগ দিবলৈ গুলীচালনা কৰিব লগীয়া হয়। গুলীচালনাত মুঠ ৩জন প্ৰতিবাদকাৰী নিহত হয়।

আনহাতে পথত থকা গাড়ী, দোকান, শ্বপিং মল, কাৰ্য্যালয় আদি জ্বলাই এটা ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে অনিয়ন্ত্ৰিত উন্মত্ত জনতাই। নাহৰলগুন আৰু ইটানগৰৰ পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত। দুয়োখন চহৰত সেনাই ফ্লেগমাৰ্চ কৰিছে যদিও ফ্লেগমাৰ্চ কৰা সেনাৰ দলকো আক্ৰমণ কৰে জনতাই।

ইটানগৰত প্ৰতিবাদকাৰীয়ে ভাঙি দিয়া ফ’ৰ্দ শ্ব’ৰুমৰ ছবি। সৌজন্য– ফে’চবুক।

অৰুণাচল প্ৰদেশত ৰাজ্যখন গঠন হোৱাৰ পূৰ্বৰ পৰা বাস কৰি অহা ৬টা অনা-অৰুণাচলী জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিবলৈ পেমা খাণ্ডু চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে আৰম্ভ হৈছিল এই গণ-আন্দোলন। চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কেইবাটাও দল-সংগঠনে ২১ ফেব্ৰুৱাৰিৰ পৰা ৪৮ ঘণ্টীয়া ইটানগৰ বন্ধ দিছিল। ইয়াৰ পিছতে হিংসাত্মক প্ৰতিবাদ লয় প্ৰতিবাদে।

আনহাতে ২৩ ফেব্ৰুৱাৰিত মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি ঘোষণাও কৰে। তাৰ পিছতো শান্ত হোৱাৰ পৰিৱৰ্তে ক্ৰমে উন্মত্ত ৰূপ লোৱা প্ৰতিবাদে।

Recent News

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

পেলেষ্টাইন সমৰ্থনৰ আঁৰত ইহুদী বিৰোধীতাৰ অভিযোগ! কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ক ১ বিলিয়ন ডলাৰ জৰিমনা ট্ৰাম্প প্ৰশাসনৰ

পেলেষ্টাইন সমৰ্থনৰ আঁৰত ইহুদী বিৰোধীতাৰ অভিযোগ! কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ক ১ বিলিয়ন ডলাৰ জৰিমনা ট্ৰাম্প প্ৰশাসনৰ

কমিব প্ৰদূষণৰ মাত্ৰা! ভাৰতত আৱিষ্কাৰ হৈছে প্লাষ্টিকভক্ষী বেক্টেৰিয়া আৰু ভেঁকুৰ

কমিব প্ৰদূষণৰ মাত্ৰা! ভাৰতত আৱিষ্কাৰ হৈছে প্লাষ্টিকভক্ষী বেক্টেৰিয়া আৰু ভেঁকুৰ

৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দি দিলে মাত্ৰ ৫০০০ টকা! ক্ষতিপূৰণৰ নামত পীড়িতক ভেঙুচালি বিজেপিৰ

৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দি দিলে মাত্ৰ ৫০০০ টকা! ক্ষতিপূৰণৰ নামত পীড়িতক ভেঙুচালি বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd