• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে যুৱকক হত্যাৰ অভিযোগ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
May 21, 2022 5:52 pm
293
VIEWS
Share on FacebookShare on Twitter

বটদ্ৰৱা  আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।

এটা হাঁহ আৰু দহ হাজাৰ টকা নিদিয়াৰ বাবে বটদ্ৰৱা আৰক্ষীয়ে এজন মাছমৰীয়াৰ প্ৰাণ লোৱাৰ অভিযোগৰ পিছতে উত্তেজনা বিয়পি পৰে।

মৃত লোকজনৰ নাম ছালনাবড়ীৰ ছফিকুল ইছলাম। লোকজনক থানাৰ ভিতৰতে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

নিশা আটক কৰিছিল ছফিকুলক আৰু পুৱাৰ ভাগত এৰি দিয়াৰ কথা আছিল ছফিকুলক। পত্নীয়ে আৰক্ষীয়ে দাবী কৰাৰ পিছত কেৱল হাঁহটোহে দিব পাৰিলে বুলি জানিব পৰা গৈছে।

উত্তেজিত ৰাইজে থানাত অগ্নিসংযোগ কৰাৰ লগতে ভাঙি লণ্ডভণ্ড কৰিছে থানাৰ সামগ্ৰী।

ইতিমধ্যে জনতাৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত হৈছে কেইবাজনো আৰক্ষী ।

বৰ্তমান পৰ্যন্ত নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱা নাই উত্তেজিত লোকসকলক। নগাঁৱৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে থানা জ্বলাই দিয়া তিনি জন লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে ধন দাবী কৰা বুলি উঠা অভিযোগৰো সত্য-সত্যতা বিচাৰ কৰি চোৱা হ’ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।

ইপিনে থানা আক্ৰমণৰ ঘটনাক গৰিহণা দিছে বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰাই। বৰাই এই ঘটনাত জৰিতসকলৰ উপযুক্ত শাস্তি দাবী কৰাৰ লগতে আৰক্ষীৰ জিম্মাত লোক এজনৰ কিদৰে মৃত্যু হ’ল তাৰো তদন্ত হ’ব লাগে বুলি মন্তব্য কৰিছে।

উত্তেজিত লোকসকলে থানাৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে কেইবাখনো বাহনো জ্বলাই দিয়াৰ খবৰ আহিছে।

Recent News

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

‘দুৰ্বল জীৱ-জন্তুক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি’: দিল্লীৰ ৰাজপথৰ কুকুৰৰ ওপৰত ছুপ্ৰীম কোৰ্টৰ আদেশক লৈ ক্ষুব্ধ ৰাহুল গান্ধী

‘দুৰ্বল জীৱ-জন্তুক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি’: দিল্লীৰ ৰাজপথৰ কুকুৰৰ ওপৰত ছুপ্ৰীম কোৰ্টৰ আদেশক লৈ ক্ষুব্ধ ৰাহুল গান্ধী

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd