• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিড-১৯ৰ শেহতীয়া প্ৰতিবেদন : মহাৰাষ্ট্ৰ, পাঞ্জাৱ, হাৰিয়ানা শীৰ্ষত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2021 7:16 pm
297
VIEWS
Share on FacebookShare on Twitter

পুনে, নাগপুৰ আৰু মুম্বাইত ভাৰতৰ ভিতৰতে সৰ্বাধিকসংখ্যক ক’ভিড-১৯ ৰোগী পোৱা গৈছে।

মহাৰাষ্ট্ৰৰ জিলাকেইখনত ১২,০০০ ৰো অধিক ৰোগী বৰ্তমান ক’ভিড-১৯ৰ স’তে যুঁজি আছে।

সমগ্ৰ দেশত ২.২ লাখ ৰোগী বৰ্তমান ক’ভিড-১৯ৰ চিকিৎসাগ্ৰহণ কৰি আছে।

আনহাতে, ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহটোলৈকে, দেশখনৰ এই সংখ্যা আছিল ১.৫ লাখ।

শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুযায়ী,  মহাৰাষ্ট্ৰ, পঞ্জাৱ আৰু হাৰিয়ানাত ক’ভিড-১৯ ৰোগীৰ সংখ্যা তীব্ৰগতিত বাঢ়িব ধৰিছে।

আনহাতে, কৰ্ণাটক, তামিলনাডুও এই তালিকাখনত পিছ পৰি ৰোৱা ৰোৱা নাই।

দেশৰ সমূহ জিলাক লৈ প্ৰস্তুত কৰা তালিকাখনৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰৰ পুনে।

জিলাখনত বৰ্তমান ২৬,৪৬৮ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ আছে।

তাৰ পাছতে আছে মহাৰাষ্ট্ৰৰ নাগপুৰ, মুম্বাই, থানে আৰু নাছিক।

উল্লেখযোগ্য যে সমগ্ৰ দেশৰ ভিতৰত ক’ভিড-১৯ ৰোগীৰ ৫৯ শতাংশই হৈছে মহাৰাষ্ট্ৰৰ।

আনহাতে, শেহতীয়াকৈ পঞ্জাৱ ক’ভিড-১৯ হটস্পট হিচাপে বিবেচিত হৈছে।

দৈনিক ১০০০জনকৈ ক’ভিড-১৯ ৰোগী পাঞ্জাৱত ধৰা পৰিছে।

ৰাজ্যখনৰ জলন্ধৰ, পাটিয়ালা ইত্যাদি জিলাত অত্যধিক ৰোগী পোৱা গৈছে।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd