• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘অপৰিকল্পিত লকডাউনৰ ফলত দেশত ১ কোটি অতিক্ৰম কৰিলে ক’ৰনাক্ৰান্তৰ সংখ্যাই’, ৰাহুল গান্ধীৰ দাবী

by
December 19, 2020 2:09 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপৰিকল্পিত লকডাউনৰ বাবেই দেশত ১ কোটিৰো অধিক লোকে কোভিড১৯ত আক্ৰান্ত হ’ল। এই অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

শনিবাৰে নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে ২১ দিনীয়া অপৰিকল্পিত লকডাউনক মোদী চৰকাৰে কোভিড নিয়ন্ত্ৰণত সফল বুলি দাবী কৰিলেও সেয়া সত্য নহয়; এই অপৰিকল্পিত লকডাউনে বৰং দেশৰ কোটি কোটি মানুহৰ জীৱন ধ্বংসহে কৰিলে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যৰ মতে শনিবাৰে দেশত কোভিড১৯ত আক্ৰান্তৰ সংখ্যাই ১০১ লাখ অতিক্ৰম কৰিছে। ইয়াৰে ৯৫.৫০ লাখ কোভিড আক্ৰান্তই কোভিডমুক্ত হৈছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত মহাভাৰতৰ ১৮ দিনীয়া যুদ্ধৰ লগত তুলনা কৰি দেশৰ জনগণক ক’ৰ’ণাৰ বিৰুদ্ধে ২১ দিনীয়া যুদ্ধৰ বাবে সাজু হ’বলৈ ঘোষণা কৰি হঠাতে অপৰিকল্পতিভাৱে লকডাউন বলৱৎ কৰিছিল।

ইয়াৰ ফলত দেশৰ কোটি কোটি নিম্ন বিত্ত, দৈনিক মজুৰী কৰা লোক, অসংগঠিত শ্ৰমিক, প্ৰব্ৰজিত শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আদিৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলে হঠাতে জীৱিকা হেৰুৱাই আৰ্থিক সংকটত পৰিছিল।

লাখ লাখ প্ৰব্ৰজিত শ্ৰমিকে নিজ গৃহাভিমুখে হাজাৰ হাজাৰ কিলোমিটাপৰ পথ পদব্ৰজে ৰাওনা হৈছিল। ফলত বহু শ্ৰমিকে ৰাজপথতে মৃত্যুক আকোৱালি লৈছিল।

সেই ২১ দিনীয়া লকডাউনৰ পিছতো দেশত ক’ৰ’ণাক্ৰান্তই সংখ্যাই ১ কোটি অতিক্ৰম কৰাৰ পিছতে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে মোদী চৰকাৰক এইদৰে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে।

ৰাহুল গান্ধীয়ে লগতে কয় কেৱল ১ কোটি অতিক্ৰম কৰাই নহয়, দেশত ১.৫ লাখ লোক ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যুও হৈছে। মোদী চৰকাৰৰ অপৰিকল্পিত লকডাউনৰ ব্যৰ্থতাৰ বাবেই ডেৰ লক্ষাধিক ক’ৰ’ণাক্ৰান্তই মৃত্যু মুখত পৰিছে বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd