• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব ৰাহুল গান্ধী! কংগ্ৰেছ নেতাক নিমন্ত্ৰণৰ চিন্তা মোহন ভাগৱতৰ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 6, 2025 10:45 am
71
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে চলিত মাহৰ পৰা আৰম্ভ হ’ব বিভিন্ন অনুষ্ঠান। এই হিন্দু জাতীয়তাবাদী সংগঠনটোৱে আগন্তুক এবছৰৰ বাবে সমগ্ৰ দেশতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। অহা ২৬ আগষ্টত তিনিদিনীয়া এক সন্মিলন উদ্বোধন কৰিব সংঘৰ মুৰব্বী মোহন ভাগৱতে।

বছৰজোৰা এই অনুষ্ঠানৰ বাবে নিমন্ত্ৰিতসকলৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে মোহন ভাগৱতে। সকলো দলৰ আগশাৰীৰ নেতাক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

জানিব পৰা মতে সেই তালিকাত আছে আৰ এছ এছৰ প্ৰতিদ্বন্দী ৰাহুল গান্ধী । কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুলে এদশকৰো অধিক সময় ধৰি বিজেপি আৰু সংঘক আক্ৰমণ কৰি আহিছে।

আৰ এছ এছৰ সূত্ৰই কয় যে শতবাৰ্ষিকী উদযাপনক ৰাজনৈতিক, সামাজিক মতানৈক্য আৰু বিবাদৰ পৰা মুক্ত কৰি ৰাখিব বিচাৰে। ৰাহুল গান্ধীৰ ওপৰত তেওঁলোকৰ কোনো আপত্তি নাই।

মাতিলে ৰাহুল যাব নেকি? কংগ্ৰেছৰ সূত্ৰ বা ৰাহুলৰ কাৰ্যালয়ে এই সন্দৰ্ভত একো কোৱা নাই।  অৱশ্যে আৰ এছ এছৰ সৈতে ৰাহুলৰ নীতিগত মতানৈক্য ব্যক্তিগত নহয়। কংগ্ৰেছ চৰকাৰে দুবাৰকৈ আৰ এছ এছক নিষিদ্ধ কৰিছিল। যদিও বহু কংগ্ৰেছ নেতাৰ আৰ এছ এছৰ ঘনিষ্ঠতা বিভিন্ন সময়ত পোহৰলৈ আহিছে।বিদেশী অতিথিৰ লগতে আৰ এছ এছে শতবাৰ্ষিকী উদযাপনৰ বাবে বিভিন্ন দেশৰ ৰাষ্ট্ৰদূতকো আমন্ত্ৰণ জনাইছে। কিন্তু পাকিস্তান, বাংলাদেশ আৰু তুৰস্কৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই। পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অবিৰত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অভিযোগ উত্থাপন কৰিছে। তুৰস্কই অপাৰেচন চিণ্ডুৰৰ সময়ত পাকিস্তানক সামৰিক সাহায্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে, বাংলাদেশৰ বৰ্তমানৰ শাসকসকলৰ ভাৰতবিৰোধী মনোভাৱৰ কাৰণ হ’ব পাৰে সেই দেশক নিমন্ত্ৰণ নকৰাৰ সিদ্ধান্ত। কিন্তু আশ্চৰ্যজনকভাৱে শতবাৰ্ষিকী উদযাপনৰ সময়ত আৰ এছ এছে চীনক অস্পৃশ্যভাৱে এৰি যোৱা নাই।

Recent News

বিশেষ ছাত্ৰ কাৰ্যসূচীৰ মাজেৰে নৱাগত শিক্ষাৰ্থীক আদৰণি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ

বিশেষ ছাত্ৰ কাৰ্যসূচীৰ মাজেৰে নৱাগত শিক্ষাৰ্থীক আদৰণি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ

আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব ৰাহুল গান্ধী! কংগ্ৰেছ নেতাক নিমন্ত্ৰণৰ চিন্তা মোহন ভাগৱতৰ

আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব ৰাহুল গান্ধী! কংগ্ৰেছ নেতাক নিমন্ত্ৰণৰ চিন্তা মোহন ভাগৱতৰ

 বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

 বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd