• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৭ জানুৱাৰীত অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2024 9:37 am
১৭ জানুৱাৰীত অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হ’বলগীয়া “ভাৰত জোড়ো ন্যায় যাত্ৰা” মণিপুৰ আৰু নাগালেণ্ডৰ মাজেৰে অতিক্ৰম কৰি অহা ১৭ জানুৱাৰীত অসমত প্ৰৱেশ কৰিব।

১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা যাত্ৰা আৰম্ভ হ’ব “ভাৰত জোড়ো ন্যায় যাত্ৰা”ৰ।

অসমত ১৭খন জিলাত সামৰি ৮৮৩ কিলোমিটাৰ অতিক্ৰম কৰিব “ভাৰত জোড়ো ন্যায় যাত্ৰা”।

অসমত অহা ১৮ৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত ৮ দিনীয়াকৈ হ’ব এই যাত্ৰা।

ৰাহুল গান্ধীৰ “ভাৰত জোড়ো ন্যায় যাত্ৰা” নাগালেণ্ড হৈ অসমৰ আমগুৰিত প্ৰৱেশ কৰিব।

কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ এই যাত্ৰাক শাসকীয় বিজেপিৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক বঞ্চনাৰ বিৰুদ্ধে অভিযান বুলি অভিহিত কৰিছে।

অহা ২৫ জানুৱাৰীত অসম-পশ্চিমবংগ সীমান্তৰ ধুবুৰীৰ বক্সিৰহাটত এই যাত্ৰাৰ অসম পৰিক্ৰমা সমাপ্ত হ’ব।

‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই ৬৭ দিনত মুঠ ৬৭০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

August 20, 2025 10:19 am
বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 9:03 am
ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

August 20, 2025 8:07 am
ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

August 20, 2025 10:19 am
বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd