• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

য়ুপিএছচিত উজলিল শিৱসাগৰৰ সাধাৰণ পৰিয়ালৰ সন্তান ৰাহুল কুমাৰ গুপ্তা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 7, 2019 6:45 am
IMG-20190407-WA0000

য়ুপিএছচিত সফলতা লাভ কৰা শিৱসাগৰৰ ৰাহুল কুমাৰ গুপ্তা। ফটো : নৰ্থইষ্ট নাও

178
VIEWS
Share on FacebookShare on Twitter

সদ্যঘোষিত য়ুপিএছচি পৰীক্ষাৰ ফলাফলত সফলতা লাভ কৰি  শিৱসাগৰৰ এগৰাকী মেধাৱী ছাত্ৰই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিৱসাগৰ নগৰৰ বাসিন্দা ওম প্ৰকাশ গুপ্তা আৰু অনিতা গুপ্তাৰ জেষ্ঠ্য সন্তান ৰাহুল কুমাৰ গুপ্তাই সৰ্বভাৰতীয় এই পৰীক্ষাত লাভ কৰা ফলাফলে সকলোকে আনন্দিত কৰি তুলিছে।

ৰাহুল কুমাৰ গুপ্তা নামৰ শিৱসাগৰৰ এই মেধাবী ছাত্ৰ জনে য়ুপিএছচিৰ পৰীক্ষাত ২৮৬ সংখ্যক স্থান লাভ কৰি অসমৰ লগতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ৰাহুল বৰ্তমান দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত ষান্মাষিকৰ ছাত্ৰ। সম্প্ৰতি ৰাহুল আছে উত্তৰ প্ৰদেশত।পৰীক্ষাৰ ফলাফলক লৈ যথেষ্ঠ  সুখী মেধাৱী ৰাহুল।

তৃতীয়বাৰৰ প্ৰচেষ্টাত সফলতাৰ মুখ দেখা ৰাহুলৰ পিতৃ পেশাত এগৰাকী পান দোকানী। ঐতিহাসিক শিৱদ’লৰ কাষতে থকা জুনু পান দোকানৰ স্বত্বধিকাৰী ওম প্ৰকাশ গুপ্তাই একমাত্ৰ এই পান দোকানখনৰ পৰাই পাঁচজনীয়া পৰিয়ালটো পোহপাল দি আহিছে।

মেধাৱী ৰাহুলক নিজে বিচৰা ধৰণেই সহযোগ কৰি আহিছে পিতৃ মাতৃয়ে। পুত্ৰৰ এনে সাফল্যত উৎফুল্লিত এতিয়া পৰিয়ালৰ লগতে বিভিন্নজন। চেষ্টাৰ অসাধ্য যে একো নাই তাকেই এবাৰ প্ৰমাণ কৰি দেখুৱালে ৰাহুল কুমাৰ গুপ্তাই।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd